• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোৰ্বছৰ প্ৰভাৱশালী মহিলাৰ তালিকাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণসহ তিনি ভাৰতীয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2020 5:24 pm
a KIRAN-scaled
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব বিখ্যাত আলোচনী ফোৰ্বছে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

সীতাৰমণৰ উপৰি ফোৰ্বছৰ তালিকাত স্থান লাভ কৰা আন দুগৰাকী প্ৰভাৱশালী মহিলা হৈছে ক্ৰমে ৰোশনী নাদাৰ মালহোত্ৰা আৰু কিৰণ মজুমদাৰ শ্ব’।

Apply Now

ফোৰ্বছৰ প্ৰভাৱশালী মহিলাৰ তালিকাৰ প্ৰথম স্থানত আছে জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল।ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ তালিকাত স্থান হৈছে ৪৭।

প্ৰভাৱশালী মহিলাৰ তালিকাত ৫৫ সংখ্যক স্থানত আছে HCL Corporationৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোশনী নাদাৰ মালহোত্ৰা।মালহোত্ৰাই কোম্পানীটোৰ কেইবা হাজাৰ কোটি টকাৰ ব্যৱসায়ৰ সিদ্ধান্ত ল’ব পাৰে।

তালিকাৰ ৬৮ সংখ্যক স্থানত থকা কিৰণ মজুমদাৰ শ্ব’ক দেশৰ ‘ছেল্ফে মেড’ উদ্যোপতিসকলৰ ভিতৰত আটাইতকৈ ধনী উদ্যোগপতি হিচাবে বিবেচনা কৰা হৈছে।

কিৰণ মজুমদাৰ শ্ব’ৰ বায়োকন নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটো এছিয়াৰ ভিতৰতে সৰ্বৃহৎ প্ৰতিষ্ঠান।ফোৰ্বছৰ প্ৰভাৱশালী মহিলাৰ তালিকাৰ দ্বিতীয় স্থানত আছে ক্ৰিশ্চিনা লগাৰ্ডে আৰু তৃতীয় স্থানত আছে আমেৰিকাৰ সদ্য নিৰ্বাচিত ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ।

উল্লেখ্য বিবিচিয়েও  অলপতে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত  স্থান লাভ কৰিছিল ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ ৪ গৰাকী বিশিষ্ট নাৰীয়ে।

বিবিচিৰ তালিকাত স্থান লাভ কৰা ভাৰতীয় মহিলা কেইগৰাকী হৈছে ক্ৰমে শাহিনবাগত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত বয়সৰ ভৰকো নেওঁচি আন্দোলনত ভাগ লোৱা ৮২ বছৰীয়া বিলকিছ বানু, তামিলনাডুৰ গায়িকা ইছাইবানি,পেৰা বেডমিণ্টন বিশ্ব চেম্পিয়ন মানসী যোশী আৰু পৰিবেশ কৰ্মী ৰিদ্ধিমা পাণ্ডে।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত বিলকিছ বানুই কেৱল দেশৰে নহয়, সমগ্ৰ বিশ্বৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।

একেদৰে তামিলনাডুৰ গায়িকা ইছাইবানিয়ে নিজস্ব প্ৰতিভাৰে ৰাজ্য খনৰ সংগীতৰ জগত খনত ইমান দিনে বৰ্তি থকা পুৰুষৰ আধিপত্যৰ অৱসান ঘটাবলৈ সক্ষম হৈছে।

বাকী দুগৰাকী মহিলাই নিজ নিজ ক্ষেত্ৰেত পাৰদৰ্শিতাৰে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd