• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ্থিক অনাটন নে আন কিবা? মুম্বাইত গৌৰী খানৰ বিলাসী ফ্লেট ১১.৬১ কোটি টকাত বিক্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 1:00 pm
আৰ্থিক অনাটন নে আন কিবা? মুম্বাইত গৌৰী খানৰ বিলাসী ফ্লেট ১১.৬১ কোটি টকাত বিক্ৰী
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পত্নী তথা বিখ্যাত ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খানে শেহতীয়াকৈ মুম্বাইৰ দাদাৰ পশ্চিমত থকা এটা বিলাসী আৱাসিক ফ্লেট ১১.৬১ কোটি টকাত বিক্ৰী কৰে। সম্পত্তিৰ পঞ্জীয়নৰ নথি অনুসৰি এই লেনদেন ২০২৫ চনৰ মাৰ্চ মাহত পঞ্জীয়ন কৰা হৈছিল। স্কেয়াৰ য়াৰ্ডছ নামৰ এটা কোম্পানীয়ে এই তথ্য পঞ্জীয়ন মহাপৰিদৰ্শকৰ ৱেবছাইটত পৰীক্ষা কৰিছিল। এই বিক্ৰীৰ জৰিয়তে গৌৰী খানে ৩.১ কোটি টকা লাভ কৰে, যিটো মুম্বাইৰ বিলাসী ৰিয়েল এষ্টেট বজাৰৰ প্ৰবল চাহিদা আৰু গতিশীলতাৰ প্ৰমাণ।

বিক্ৰীৰ বাবে এই ফ্লেটটো দাদাৰ পশ্চিমৰ কোহিনুৰ আলটিছিমো নামৰ এটা ৰেডি টু মুভ ইন আৱাসিক প্ৰকল্পত অৱস্থিত। এই প্ৰকল্পটো কোহিনুৰ চিটিএনএল ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিছে, য’ত ২.৫ বিএইচকে, ৩ বিএইচকে আৰু ৩.৫ বিএইচকে ফ্লেটৰ বিকল্প আছে। স্কোৱাৰ য়াৰ্ডছে পৰীক্ষা কৰা আই জি আৰ পঞ্জীয়নৰ নথি অনুসৰি ফ্লেটটোৰ বিল্ড আপ এলেকা ১৮৪.৪২ বৰ্গমিটাৰ (১,৯৮৫.০৪ বৰ্গফুট) আৰু কাৰ্পেটৰ এলেকা ১,৮০৩.৯৪ বৰ্গফুট (১৬৭.৫৫ বৰ্গমিটাৰ)। এই ফ্লেটটোত দুটা পাৰ্কিং স্থানো আছে। পঞ্জীয়নৰ বাবে ২৭.১৬ লাখ টকা জমা ধন আৰু ৩০ হাজাৰ টকা পঞ্জীয়ন মাচুল আদায় দিয়া হৈছে।

২০২২ চনৰ আগষ্ট মাহত গৌৰী খানে ৮.৫ কোটি টকাত ক্ৰয় কৰিছিল এই ফ্লেটটো। এতিয়া তেওঁ ১১.৬১ কোটি টকাত বিক্ৰী কৰি ৩৭% মূল্য বৃদ্ধি লাভ কৰিছে। এই লেনদেনে মুম্বাইৰ প্ৰিমিয়াম সম্পত্তিৰ উচ্চ চাহিদা আৰু বিনিয়োগৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd