• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ প্ৰশাসনে

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 5, 2021 7:53 pm
bis
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও কোভিড নীতি-নিৰ্দেশনা নামানি ঘূৰি ফুৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ জিলা প্ৰশাসনে। বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই জিলাখনৰ দণ্ডাধীশসকলক সঘনাই ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে   আৰু মাস্ক নিপিন্ধা , কোভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।

শৰ্মাই কয়, “কোভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময় আহি পৰিছে। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলে কেৱল নিজৰ স্বাস্থ্যৰ বাবেই নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। মই ইতিমধ্যেই দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছো। আমি কেইজনমান আইন নমনা লোকৰ বাবে সৰ্বসাধাৰণ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰো।”

Apply Now

 জিলাখনত কোভিড ৰোগীৰ সংখ্যা লাহে লাহে বৃদ্ধি পোৱাৰ প্ৰতি দৃষ্টি ৰাখি সৰ্বসাধাৰণ লোকে যাতে কোভিড নীতি-নিৰ্দেশনা মানি চলে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

জিলাখনত কোভিড নীতি-নিৰ্দেশনা বলবৎ কৰিবৰ বাবে অতি কমেও ১১ টা ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে। বিগত সপ্তাহটোত মাস্ক পৰিধান নকৰা আৰু নিয়ম ভঙ্গকাৰীৰ পৰা প্ৰায় ৬০০০০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

প্ৰশাসনে সমগ্ৰ জিলাখনতে ভ্ৰাম্যমাণ ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ যোগেদি জনসাধাৰণে মানি চলিব লগীয়া কোভিড নীতি-নিৰ্দেশনা সম্পৰ্কে সজাগ কৰাৰ দিহা কৰিছে।

প্ৰশাসনে ব্যাপক কোভিড পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত লোকক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায়।

বাছ আৰু ৰেল যোগে অহা যাত্ৰীসকলক জিলাখনৰ দুৱাৰমুখতে আৰু ৰেল ষ্টেচন ত পৰীক্ষা কৰি থকা হৈছে। তদুপৰি বিশ্বনাথ পৌৰসভা আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ যোগেদি ৰাজহুৱা স্থান যেনে বজাৰ, বাছ আস্থান, ৰে’লৱে ষ্টেচন, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিয়মীয়াকৈ চেনিটাইজ কৰি থকা হৈছে।

জিলা খনত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৩০০ ৰো অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ প্ৰশাসনে কাইলৈৰ পৰা জিলাখনৰ সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd