• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেৰাহে অষ্টমবাৰ কোনে পালে বিশ্বৰ আটাইতকৈ সুখী দেশৰ খিতাপ; তালিকাত ভাৰতৰ স্থান ক’ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 7:10 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ আটাইতকৈ সুখী দেশৰ তালিকাত অহিংসা আৰু বসুধৈব কুটুম্বকম নীতিৰ প্ৰচাৰ কৰি অহা ভাৰতৰ স্থান ক’ত? ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সুখী দিৱস উদযাপনৰ দিন ২০ মাৰ্চ বৃহস্পতিবাৰে বিশ্বৰ সুখী দেশসমূহৰ বাৰ্ষিক তালিকা প্ৰকাশ কৰিছে।

এইবাৰৰ সৈতে ফিনলেণ্ডে একেৰাহে অষ্টমবাৰৰ বাবে আটাইতকৈ সুখী দেশৰ খিতাপ দখল কৰিছে। ১ৰ ​​পৰা ১০ৰ এই সুখৰ মানৰ ভিত্তিত ফিনলেণ্ডৰ লোকসকলৰ মাজত গড় আত্মসন্তুষ্টিৰ স্ক’ৰ সন্তোষজনক ৭.৭৪, যাৰ ফলত দেশখনে একেৰাহে আঠ বছৰ শীৰ্ষত থাকে। ফিনলেণ্ডৰ পিছতে শীৰ্ষ পাঁচখন সুখী দেশ হ’ল ডেনমাৰ্ক, আইচলেণ্ড, ছুইডেন আৰু নেদাৰলেণ্ড।

Apply Now

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক তথা প্ৰতিবেদনৰ মুখ্য সম্পাদক জিন ইমানুৱেল ডি নেভে কয় যে এই দেশসমূহৰ জনসাধাৰণ ধনী, সুস্বাস্থ্যৰ অধিকাৰী, সামাজিক সম্পৰ্ক অতি ভাল আৰু প্ৰকৃতিৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত।

তেওঁ লগতে কয়, এনেকুৱা নহয় যে তেওঁলোক বৰ বেছি সুখী, আনন্দত থাকে বা ৰাজপথত নাচি বাগি ফুৰা প্ৰকৃতিৰ মানুহ। কিন্তু, তেওঁলোকে নিজৰ জীৱনশৈলীত অতি সুখী।

উত্তৰ ইউৰোপীয় বা নৰ্ডিক দেশসমূহে আকৌ এবাৰ আটাইতকৈ সুখী বা আনন্দিত দেশৰ তালিকাত আধিপত্য বিস্তাৰ কৰিছে। এই তালিকাত কোষ্টা ৰিকা ৬ নম্বৰত থকাৰ বিপৰীতে মেক্সিকো ১০ নম্বৰত আছে, যাৰ ফলত এই দুখন দেশে প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। নৰৱেৰ স্থান ৭ম, ইজৰাইলৰ স্থান ৮ম, আৰু লাক্সেমবাৰ্গৰ স্থান ৯ম।

তাৎপৰ্যপূৰ্ণভাৱে আমেৰিকাৰ সুখৰ স্ক’ৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। এইবাৰ ২৪ নম্বৰ স্থানত আছে, ইয়াৰ আগলৈকে আমেৰিকাৰ কেতিয়াও ইমান তললৈ নমা নাছিল। অধ্যাপক-সম্পাদকগৰাকীয়ে কয় যে সম্পদৰ বৈষম্যই আমেৰিকাক নৰ্ডিক দেশসমূহৰ পিছত ৰাখিছে।

তেওঁৰ মতে আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ জিডিপি যদিও নৰ্ডিক দেশৰ জিডিপিৰ সৈতে মিল আছে, তথাপিও তেওঁলোকৰ অৰ্থনৈতিক বৈষম্য বহু বেছি। অৰ্থাৎ কিছুমান মানুহৰ বিপুল ধন-সম্পত্তি, আন কিছুমানৰ একো নাই। আৰ্থিক কাৰকৰ উপৰিও সামাজিক আস্থা আৰু অনাস্থা আৰু মানৱীয় মূল্যবোধৰ সম্পৰ্কৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে প্ৰতিবেদনত। উদাহৰণস্বৰূপে, নৰ্ডিক দেশৰ বেছিভাগ মানুহেই হেৰুৱা মানিবেগটো ঘূৰাই পোৱাৰ আশা কৰে। আমেৰিকাৰ কোনেও আচলতে সেইটো আশা নকৰে।

বিশ্বৰ আটাইতকৈ সুখী দেশৰ প্ৰতিবেদনত ১৪৭খন দেশৰ ভিতৰত ১১৮ নম্বৰ স্থানত আছে ভাৰত। ২০১২ চনত ভাৰতে আটাইতকৈ বেয়া স্থানত ১৪৪ নম্বৰ স্থান লাভ কৰিছিল। আৰু ২০২২ চনত ভাৰতে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই ৯৪ নম্বৰ স্থান লাভ কৰিছিল। শেষত আফগানিস্তান আছে। য’ত আফগান ছোৱালী আৰু মহিলাসকলে জীয়াই থকাৰ সমস্যাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ছিয়েৰা লিয়ন আৰু লেবাননৰ পৰিস্থিতি প্ৰায় একেই।

এখন সুখী দেশৰ বাবে যিবোৰ মূল্যবোধ বিবেচিত হৈছিল সেইবোৰ আছিল সামাজিক নিৰ্ভৰশীলতা, জিডিপি, সুস্থ জীৱনৰ আকাংক্ষা, স্বাধীনতা, মহানতা আৰু দুৰ্নীতি।

যদিও ভাৰতৰ বৃহৎ জনসংখ্যা, জনজাতীয় সংস্কৃতি, ঘনিষ্ঠ পৰিয়ালৰ বাবে সামাজিক মানদণ্ড ভাল, তথাপিও ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্ৰত ভাৰত বহু পিছ পৰি আছে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত শ্ৰীলংকাৰ স্থান ১৩৩, বাংলাদেশ ১৩৪, পাকিস্তান ১০৯, নেপাল ৯২, আৰু চীন ৬৮ নং স্থানত আছে। সেইপিনৰ পৰা ভাৰত পাকিস্তান, নেপাল আৰু চীনতকৈও পিছত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd