• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্যভ্ৰষ্ট যোগগুৰু! ‘উচটনিমূলক’ মন্তব্যৰ বাবে বাবা ৰামদেৱৰ বিৰুদ্ধে দাখিল এজাহাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 6, 2023 7:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগ গুৰু বাবা ৰামদেৱৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। পাঠাই খান নামৰ এজন স্থানীয় লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত দেওবাৰে চৌহাটান আৰক্ষী থানাত বাবা ৰামদেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আনৰ ধৰ্মীয় বিশ্বাসক আঘাত কৰা আৰু সাম্প্ৰদায়িক বুজাবুজিত পাৰস্পৰিক বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত এই এজাহাৰ খন দাখিল কৰা হৈছে।

ৰামদেৱে ৰাজস্থানৰ বাৰমেৰ জিলাৰ এখন ‘চিয়াৰ্ছ মিট’ত আপত্তিজনক মন্তব্য কৰিছিল। যোগ গুৰুজনে অতীততো বহুতো বিতৰ্কিত মন্তব্য কৰিছে। তাত ৰাজনৈতিক মন্তব্যও আছে। এইবাৰ তেওঁ সম্পূৰ্ণ সাম্প্ৰদায়িক বিদ্বেষমূলক মন্তব্য কৰিছে।

ৰামদেৱে কৈছিল যে মুছলমানসকলে হিন্দু মহিলাক অপহৰণ কৰে। সনাতন, ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ তুলনা কৰি ৰামদেৱে কৈছিল যে মুছলমানসকলে হিন্দু মহিলাক অপহৰণ কৰে আৰু সন্ত্ৰাস বিয়পাই দিয়ে। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ লক্ষ্য হৈছে ধৰ্মান্তৰকৰণ। আনহাতে, হিন্দুসকলৰ শিক্ষা হৈছে সকলোৰে বাবে ভাল কৰা।

Apply Now

ৰাজস্থানত এখন সভাত ভাষণ দি ৰামদেৱে কৈছিল যে মুছলমানসকলে দিনে পাঁচবাৰ কৈ নামাজ কৰে। তাৰ পিছত তেওঁলোকে যি মন যায় তাকে কৰে। তেওঁলোকে হিন্দু মহিলাসকলক অপহৰণ কৰে আৰু সকলো ধৰণৰ পাপ কাম কৰে। কিন্তু পাঁচবাৰ নামাজ অৱশ্যে পঢ়ে। সনাতন ধৰ্মৰ শিক্ষা এনেকুৱা নহয়।

ৰামদেৱৰ এটা বিবৃতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে, ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰিব পৰা হোৱা নাই। ভিডিঅ’টোত ৰামদেৱে কৈছে, “মই কাকো লক্ষ্য কৰা নাই, কিন্তু কিছুমান লোকৰ কথা হ’ল যে তেওঁলোকে সমগ্ৰ বিশ্বক ইছলামলৈ ৰূপান্তৰ কৰিব। আন এটা দলে গোটেই পৃথিৱীখন খ্ৰীষ্টান ধৰ্মৰ অধীনলৈ আনিব বিচাৰে। তেওঁলোক উগ্ৰপন্থী হয়, অপৰাধী হয়, কিন্তু নামাজ পঢ়ে। আনহাতে, সনাতন ধৰ্মই মানুহক শিকায়- হিংসা নকৰিবা, অসৎ নহ’বা, ৰাতিপুৱা সোনকালে উঠা, প্ৰাৰ্থনা কৰা, যোগাভ্যাস কৰা।

উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰত যোগ গুৰুজনে মহিলাৰ পোছাক সম্পৰ্কেও আপত্তিজনক মন্তব্য কৰিছিল। থানেৰ এটা যোগ শিবিৰত ৰামদেৱে কৈছিল যে মহিলাবোৰক শাৰী পিন্ধিলেই ভাল দেখায়। ছালৱাৰ পিন্ধিলেও ভাল লাগে।  একো পিন্ধি নিপিন্ধিলেও মহিলাসকলক ভাল দেখায়। ৰামদেৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্নৱিছৰ পত্নীৰ সন্মুখতে এই মন্তব্য কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd