• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইন ভংগ! ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ ৰুজু

পংকজ দেৱ by পংকজ দেৱ
July 30, 2021 5:27 pm
mojk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ বিৰোধী কংগ্ৰেছ দলৰ হাফলং সমষ্টিৰ নিৰ্বাচিত স্বায়ত্ব পৰিষদ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ তৰিলে বিজেপি শাসিত পৰিষদ খনৰ মুখপাত্ৰ ইএম চ্যামুয়েল চাংছানৰ উপৰি আন আন সদস্যসকলে।

হাফলং সদৰ আৰক্ষী থানাত এই গোচৰ তৰা হৈছে।

Apply Now

কংগ্ৰেছ নেতা ড্যানিয়ালে সোমবাৰে মুখ্যমন্ত্ৰীৰ হাফলং ভ্ৰমণৰ দিনা হাফলং বজাৰত চচিয়েল মিডিয়াৰ যোগেদি লাইভ কৰি সৰ্বশিক্ষা অভিযানৰ অধীনত বিদ্যালয়ৰ খোৱাপানী যোগান আঁচনিত কোটিটকীয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ উপৰি তেওঁক কোনোবাই উপঢৌকন দিছিল বুলি অভিযোগ কৰিছিল।

ড্যানিয়াল লাংঠাছাই উপঢৌকন গ্ৰহণ কৰি সেই অৰ্থ বজাৰৰ স্থানীয় দোকানী সকলৰ মাজত বিতৰণ কৰিছিল। তেনে পৰিস্থিতিত বিজেপি পৰিষদে সংবাদমেল পাতি উপঢৌকন দিয়া ব্যক্তি গৰাকীৰ নাম ৰাজহুৱা কৰাৰ আহ্বান জনাইছিল। কিন্তু লাংঠাছাই ব্যক্তিগৰাকীৰ নাম প্ৰকাশ কৰা নাই।

তেনে পৰিস্থিতিত বিজেপি শাসিত পৰিষদে বাধ্যত পৰি ড্যানিয়াল লাংঠাচাৰ বিৰুদ্ধে আইনৰ কাষ চাপে।
আজি পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত এক সংবাদমেল পাতি ড্যানিয়াল লাংঠাচাৰ বিৰুদ্ধে আইন ভঙ্গৰ অভিযোগ উত্থাপন কৰে ডিমা হাছাও স্বায়ত্ব পৰিষদৰ ইএম তথা মুখপাত্ৰ চ্যামুয়েল চাংছানে।

তেওঁ কয় যে ড্যানিয়াল লাংঠাছাক যদি কোনোবাই উপঢৌকন দিছিল তেওঁ বিষয়টো আৰক্ষীক জনাব লাগিছিল। কিন্তু এয়া নকৰি তেওঁ ফেচবুকত পৰিষদৰ মৰ্যাদা হানি কৰাৰ অপচেষ্টা চলায়।যি গৰিহণা যোগ্য।

আনহাতে ড্যানিয়াল লাংঠাচাৰ তেনে অভিযোগৰ পাছত পাৰ্বত্য পৰিষদৰ শিক্ষা বিভাগে তদন্ত আৰম্ভ কৰিছে। লগতে এনে কাৰ্যৰ বিৰুদ্ধে ব্যবস্থা লোৱাৰ বাবে এজাহাৰ দিয়া হয়।

সংবাদমেলত চ্যামুয়েল চাংছানৰ উপৰি উপস্থিত আছিল ইএম ৰতন জাৰাম্বুছা, প্ৰজিত হোজাই, ইএম ৰামগুলাম্বে জেমি, ইএম নজিত কেম্প্ৰাই আদি।

পংকজ দেৱ

পংকজ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd