• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ‘মিঞা’ কবিৰ বিৰুদ্ধে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ এজাহাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 13, 2019 8:23 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিঞা কবিতাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে আজি শিৱসাগৰত মিঞা পৰিষদৰ সভাপতিসহ চাৰিজন লোকৰ বিৰুদ্ধে ইছলামধৰ্মী খিলঞ্জীয়া মুছলমান সংগঠনৰ বিষয়ববীয়াই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰত সংগঠনটোৱে উল্লেখ কৰা লোক কেইজন হ’ল ক্ৰমে অসম মিঞা পৰিষদৰ সভাপতি এছ গিয়াছুদ্দিন হাজৰিকা আৰু মিঞাৰ কবিতা আবৃত্তিকাৰী ক্ৰমে হাফিজ আহমেদ, ৰিহনা চুলতান, আশ্ৰাফল হুছেইন আৰু আব্দুৰ ৰহিম।

Apply Now

এজাহাৰ দাখিল কৰাৰ পিছতে সংগঠনটোৱে চহৰৰ ৰংপুৰজ্যোতি ক্লাবত এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়া, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদ, মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি চাহজাহান আলী আৰু অসম চাহ  জনগোষ্ঠী জুলহা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জিতু আহমেদ উপস্থিত থাকে।

সংবাদমেলত তেওঁলোকে কয় যে অসমৰ ইতিহাসত কোনো বৰঙণি নথকা পূৰ্ববংগীয় মুছলমান যাক মিঞা বুলি জনা যায়, এইসকল মিঞাই সদ্যহতে এটা মিঞা কবিতা ৰচনা কৰি অসমীয়া জাতিক লজ্জানত কৰোৱাৰ লগতে গৌৰৱোজ্জল ইতিহাসৰ সৈতে জড়িত গৰিয়া, মৰিয়া, দেশী ইছলামধৰ্মীয় খিলঞ্জীয় মুছলমানক মিঞাৰ সৈতে সাঙোৰ খুৱাবলৈ চেষ্টা চলাইছে।

তাৰোপৰি সংগঠনকেইটাই এম গিয়াচুদ্দিন নামৰ ব্যক্তিজনে অসম মিঞা পৰিষদ নামৰ এটা সংগঠন কৰি শৰাইঘাটৰ যুদ্ধৰ বীৰ লাচিত বৰফুকনৰ সহযোগী ওৰফে ইছমাইল ছিদ্দিকিৰ নামৰ আগত মিঞা শব্দ ব্যৱহাৰ কৰি বীৰ জনক অপমান কৰা বুলিও উল্লেখ কৰে।

ইয়াৰোপৰি অসমৰ ইতিহাসত তথা সংবিধানৰ ন্যাযতা নথকা মিঞা শব্দৰে এটা জনগোষ্ঠীক সাঙুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ আগে আগে উক্ত জনগোষ্ঠীটো নিৰ্যাতিত হোৱা বুলি মিঞা কবিতা আবৃতি কৰি বিশ্বৰ জনমানসত অসমীয়া জাতিক হেয় প্ৰতিপন্ন কৰা অসম মিঞা পৰিষদ আৰু মিঞা কবিতা আবৃত্তি কৰা সকলক অতি শীঘ্ৰ গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় সংগঠনকেইটাই।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd