• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি অভিযোগ? ৰানা দগ্গুবাটি, প্ৰকাশ ৰাজ, বিজয় দেৱেৰাকোণ্ডাকে ধৰি ২৫ তাৰকাৰ বিৰুদ্ধে FIR

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানা চৰকাৰে ৰাণা ডাগ্গুবাটি, প্ৰকাশ ৰাজ, বিজয় দেৱেৰাকোণ্ডা আদি এজাক তাৰকাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। জানিব পৰা মতে, ২৫ তাৰকাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই ২৫ জন লোকৰ বিৰুদ্ধে অবৈধ বেটিং এপৰ বিজ্ঞাপন আৰু প্ৰচাৰৰ অভিযোগ আছে। সেয়ে দক্ষিণৰ ছুপাৰষ্টাৰসকলৰ বিৰুদ্ধে প্ৰতাৰণাকে ধৰি একাধিক ধাৰাত এফআইআৰ দাখিল কৰা হৈছে।

জানিব পৰা মতে, ফণীন্দ্ৰ শৰ্মা নামৰ এজন ব্যৱসায়ীয়ে অবৈধ বেটিং এপৰ সৈতে জড়িত অভিনেতা আৰু ছ’চিয়েল মিডিয়া প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁ অভিযোগ কৰে যে বেটিং কোম্পানীসমূহে এই বিপুল জনপ্ৰিয় তাৰকাসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ এপ আৰু ৱেবছাইটৰ প্ৰচাৰ চলাইছে। যিহেতু জনপ্ৰিয় তাৰকা এই বিজ্ঞাপনৰ সৈতে জড়িত, সেয়েহে জনসাধাৰণক প্ৰভাৱিত কৰা হৈছে। বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে।

Apply Now

ফনীন্দ্ৰ শৰ্মাই নিজেও এই বেটিং এপটোত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছিল। অৱশ্যে পৰিয়ালৰ পৰামৰ্শ মতে অৱশেষত তেওঁ আঁতৰি আহে।

ইয়াৰ পিছত ফনীন্দ্ৰই ২৫ তাৰকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ফণীন্দ্ৰৰ অভিযোগৰ ভিত্তিত মাঞ্চু লক্ষ্মী, প্ৰনিতা, নিধি আগৰৱাল, অনন্যা নাগালা, ছিৰি হনুমনথুৰ দৰে তাৰকাৰ দল এটাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা আৰু আই টি আইনৰ কেইবাটাও ধাৰাত এফ আই আৰ দাখিল কৰা হৈছে। অৱশ্যে এই এফআইআৰ সন্দৰ্ভত এতিয়ালৈকে তাৰকাসকলৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

ইপিনে, তেলেংগানা চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। যোৱা ডিচেম্বৰ মাহত পুষ্পা ২ ছবিখনৰ প্ৰিমিয়াৰত এজন ব্যক্তিৰ পদপিষ্ট হৈ মৃত্যু হৈছিল। সেই ঘটনাত গ্ৰেপ্তাৰ হৈছিল বিখ্যাত অভিনেতা আল্লু অৰ্জুন। সংশ্লিষ্ট সূত্ৰৰ মতে, তেতিয়াৰ পৰাই তেলেংগানা চৰকাৰ আৰু অভিনেতাসকলৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। সেই ঘটনাৰ পিছতেই তেলেংগানা চৰকাৰে এদল অভিনেতাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd