DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ বিবাহ বিচ্ছেদ: অভিযুক্তৰ সন্ধানত আৰক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2019 9:00 pm
FIR registered against FB user for spreading rumours of Tripura CM Biplab Deb’s divorce

বিপ্লব আৰু নিতি দেব। ফাইল ছবি।

1.9k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ বিবাহ বিচ্ছেদ হোৱা বুলি প্ৰকাশ কৰা এটা ফে’চবুক প’স্ত চৰ্চিত হৈছিল। সেই প’স্তটোৰ যোগেদি উৰাবাতৰি বিয়পোৱা ব্যক্তিজনৰ সন্ধানত এতিয়া নামি পৰিছে ৰাজ্যখনৰ আৰক্ষী।

পশ্চিম ত্ৰিপুৰা আৰক্ষী থানাত শুকুৰবাৰে এই সন্দৰ্ভত অনুপম পল নামৰ ফে’চবুক ব্যৱহাৰকাৰীজনৰ বিৰুদ্ধে এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ অনুসৰি, বিপ্লব দেবৰ পত্নী নিতি দেবে দিল্লীৰ এখন আদালতত বিবাহ বিচ্ছেদৰ আবেদন কৰা বুলি অভিযুক্ত অনুপম পলে কিছুমান নথি ফে’চবুকত ৰাজহুৱা কৰিছিল।

ফে’চবুক প’স্তটো ভাইৰেল হৈ পৰাত নিতি দেবে সেয়া উৰা বাতৰি বুলি স্পষ্ট কৰি সস্তীয়া ৰাজনৈতিক স্বাৰ্থৰ বাবে এই “লেতেৰা ৰটনা” ৰচা হৈছে বুলি মন্তব্য কৰে।

অভিযুক্তজনৰ বিৰুদ্ধে জালিয়াতি, মানহানি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ অনা হৈছে।

“আমি এজাহাৰখন পঞ্জীয়ন কৰিছো। অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী তেওঁৰ ঘৰলৈ গৈছিল কিন্তু তেওঁ ঘৰত নাছিল,” ত্ৰিপুৰা আৰক্ষীৰ দি আই জি অৰিন্দম নাথৰ উদ্ধৃতি ইন্দিয়ান এক্সপ্ৰে’ছৰ।

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd