• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-প্ৰদেশৰ মিৰ্জাপুৰত কামাখ্যা এক্সপ্ৰেছত ভয়াৱহ অগ্নিকাণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2019 7:48 pm
D6HBPe8XoAAjK1Y_r1BbA95

মিৰ্জাপুৰত জলন্ত কামাখ্যা এক্সপ্ৰেছ

739
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ কাইলাহাট গাঁৱত আজি দুপৰীয়া চলন্ত অৱস্থাত কামাখ্যা এক্সপ্ৰেছত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লগাড়ীখনৰ ইঞ্জিনত সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ ফলত কোনোধৰণৰ লোক হতাহত হোৱা নাই।

আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত ৰে’লখনৰ ইঞ্জিন আৰু পাৰ্চেল কোচ্চ কেইটাক চালক আৰু ৰে’ল বিভাগৰ কৰ্মচাৰী সকলে বেলেগ কৰি দিয়ে।

ঘটনাৰ বিবৰণী মতে, যাত্ৰীবাহী কামাখ্যা এক্সপ্ৰেছ ৰে’লগাড়ীখন উত্তৰ-প্ৰদেশ মিৰ্জাপুৰ জিলা পোৱাৰ সময়ত ইঞ্জিনত হঠাৎ জুই লাগে। জুইৰ ধোৱা দেখি ৰে’লগাড়ীখনত থকা যাত্ৰীসকলৰ মাজত হুৱা-দূৱা লাগে যদিও ৰে’লৰ কৰ্মচাৰীসকলে সুন্দৰকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে, কামাখ্যা এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত হাওৰা-দিল্লী ৰে’ল যোগাযোগ ব্যৱস্থা বহু সময় ধৰি ব্যাহত হৈ পৰে। কামাখ্যা এক্সপ্ৰেছত অসমৰো বহু সংখ্যক যাত্ৰীয়ে ভ্ৰমণ কৰিছিল।

এতিয়ালৈ দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কাৰিকৰী বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd