• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুই বিচাৰি হাহাকাৰ গোলাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ!

Ritupallab Saikia ঋতুপল্লৱ শইকীয়া
গোলাঘাট , January 31, 2019 7:03 pm

1 min read

fire brigade golaghat

প্ৰতীকী ছবি।

519
VIEWS
Share on FacebookShare on Twitter

আচৰিত নহ’ব। বৃহস্পতিবাৰে গোলাঘাট নগৰত সঁচাকৈয়ে জুই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল।

এক ভুৱা ফ’ন কলৰ চিকাৰ হৈ দিনৰ প্ৰায় ১১ বজাৰ পৰা এঘণ্টা সময় জুইলগা স্থান বিচাৰি সমগ্ৰ নগৰখন বজাই চলাথ কৰে জৰুৰীকালীন বিভাগটোৰ কেইবাখনো গাড়ী।

দীঘলীয়া সময় ধৰি যেনিয়ে তেনিয়ে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে চাইৰেন বজাই ঘূৰি ফুৰাত নগৰখনত আতংকৰ সৃষ্টি হয়।

জানিব পৰা মতে পুৱা প্ৰায় ১০.৩০বজাত বাহিনীৰ কাৰ্য্যালয়লৈ এক ফ’ন আহে আৰু এজন অজ্ঞাত লোকে নগৰৰ মাজমজিয়াত থকা শৰ্মা গেছ এ’জেঞ্চিৰ কাষতে জুই লগা বুলি কয়। লগে লগে বাহিনীৰ লোকসকল তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ বুলি ৰাওনা হয়। গেছ এ’জেঞ্চিৰ কাষতে জুই লগা বুলি কোৱাত দ্ৰুতগতিত জুই বিয়পি পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰো আশংকা কৰিছিল বাহিনীটোৱে।

কিন্তু নিৰ্দিষ্ট গেছ এ’জেঞ্চিটোৰ উপৰি আন এ’জেঞ্চিসমূহ ঘূৰিও জুইৰ কোনো উৎস বিচাৰি নোপোৱাত বাহিনীটো ভুৱা ফ’ন কলৰ চিকাৰ হোৱা কথা পোহৰলৈ আহে।

ইয়াৰ পূৰ্বেও অনুৰূপ এক ঘটনা সংঘটিত হৈছিল বাহিনীটো। যাৰ বাবে তেওঁলোকে এতিয়া ফ’ন কৰা ব্যক্তিৰ বিৰুদ্ধে এতিয়া আৰক্ষীৰ কাষ চাপিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd