• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোহিংগীয়া শৰণাৰ্থীৰ শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত কমেও ৩ শৰণাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 6:03 pm
a fire
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ সেনাৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ বাংলাদেশলৈ পলাই যোৱা ৰোহিংগীয়া শৰণাৰ্থীৰ এটা শিবিৰৰ কাষতে থকা এখন বজাৰত  সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।

প্ৰাপ্ত খবৰ অনুসৰি এতিয়ালৈকে এই অগ্নিকাণ্ডত তিনি জন ৰোহিংগীয়া লোকৰ মৃত্যু ঘটিছে। বাংলাদেশৰ কুতপালং বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

Apply Now

উল্লেখ্য উক্ত অঞ্চলত প্ৰায় ১০ হাজাৰ অস্থায়ী ঘৰ সাজি ৰোহিংগীয়া শৰণাৰ্থীসকলে বাস কৰি আছে।

কি কাৰণত ৰোহিংগীয়া শৰণাৰ্থীৰ শিবিৰত জুই লাগিবলৈ পালে সেয়া এতিয়ালৈকে নিশ্চিত ভাবে জানিব পৰা হোৱা নাই।উল্লেখ্য বাংলাদেশত ম্যানমাৰৰ পৰা পলাই অহা কেইবা লাখো ৰোহিংগীয়া মুছলমান লোকে আশ্ৰয় গ্ৰহণ কৰি আছে।

তেওঁলোকক বাংলাদেশৰ চৰকাৰে দেশৰ কেইবাটাও নিৰ্জন দ্বীপলৈ প্ৰেৰণ কৰাৰ কাম  আৰম্ভ কৰিছে সেইমৰ্মে অলপতে

চাৰি খন জাহাজেৰে ১ হাজাৰ ৪৬৪ গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক বাংলাদেশৰ চৰকাৰে সাগৰৰ মাজত থকা নিৰ্জন দ্বীপ ভাচানচৰৰ প্ৰেৰণ কৰে।

ইতিমধ্যে ১,৭৭৮ গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক উক্ত দ্বীপটোলৈ প্ৰেৰণ কৰা হৈছিল।

বাংলাদেশ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে প্ৰায় ৪০ হাজাৰ ৰোহিংগীয়া শৰণাৰ্থীক উক্ত যোগাযোগ বিচ্ছিন্ন দ্বীপটোলৈ প্ৰেৰণ কৰা হ’ব।

মুখপাত্র গৰাকীয়ে প্ৰকাশ কৰা মতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আৰু পাঁচ হাজাৰ ৰোহিংগীয়া লোকক উক্ত দ্বীপলৈ প্ৰেৰণ কৰা হ’ব।

বাংলাদেশৰ চৰকাৰে দ্বীপটোক মানুহৰ বসবাসৰ উপযোগী কৰি তোলাৰ চেষ্টা চলোৱা বুলি তেওঁ কয়।

উল্লেখ্য ২০১৭ চনত বাংলাদেশৰ কক্স বাজাৰ অঞ্চললৈ প্ৰায় ৪ লাখ ৰোহিংগীয়া শৰণাৰ্থী আহিছিল।

পৰৱৰ্তী সময়ত সেই সংখ্যা প্ৰায় ৮ লাখ হৈছিলগৈ।

ৰোহিংগীয়া শৰণাৰ্থীয়ে বাংলাদেশত ব্যাপক হাৰত চুৰি-ডকাইতি, হত্যা-ধৰ্ষণ আদিত লিপ্ত হৈ পৰাত চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd