• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছলমান খানৰ বাসগৃহত গুলীচালনাত নাম সাঙোৰ খাইছে লৰেঞ্চ বিষ্ণোই গেঙৰ

by
April 15, 2024 11:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে মুম্বাইত বলীউড অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰি চিচিটিভিত ধৰা পৰা লোক দুজন হাৰিয়ানাৰ গুৰুগ্ৰামৰ আৰু গেংষ্টাৰ লৰেন্স বিষ্ণোই গেঙৰ বুলি সন্দেহ কৰা হৈছে বুলি আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰে এজন ব্যক্তিক বিশাল বুলি চিনাক্ত কৰা হৈছে আৰু বিশালৰ সৈতে ধাৰাবাহিকভাৱে হিংসাত্মক অপৰাধৰ সৈতে জড়িত হৈ পৰিচিত বিষ্ণোই গেঙৰ কুখ্যাত সদস্য ৰোহিত গোদাৰাৰ সৈতে সম্পৰ্ক আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মাৰ্চ মাহত গুৰুগ্ৰামৰ ব্যৱসায়ী শচীন মুঞ্জলৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিশালক বিচাৰি থকা হৈছে। সম্প্ৰতি বহিঃৰাজ্যত বাস কৰা ৰোহিত গোদাৰাই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে মুঞ্জলৰ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

চিচিটিভিৰ ফুটেজত প্ৰকাশ পাইছে যে দুয়োজন ব্যক্তিয়ে টুপী পিন্ধিছিল আৰু বেকপেক লৈ গৈছিল। ইয়াৰ উপৰিও ক্লিপটোত দেখা গৈছে যে তেওঁলোকে অভিনেতাজনৰ বাসগৃহৰ ফালে গুলীচালনা কৰিছে। এজনে ক’লা জেকেট আৰু ডেনিম পেণ্টৰ সৈতে বগা টি-চাৰ্ট পিন্ধিছিল, আনজনে ডেনিম পেণ্টৰ সৈতে ৰঙা টি-চাৰ্ট পিন্ধিছিল।

Apply Now

আক্ৰমণৰ পূৰ্বে দুয়োজন সন্দেহযুক্ত লোকে খানৰ বাসগৃহ গেলেক্সী এপাৰ্টমেণ্টৰ ওচৰত এটা গোপন অভিযান চলাইছিল। বান্দ্ৰাৰ মাউণ্ট মেৰী চাৰ্চৰ ওচৰত চুৰি হোৱা মটৰ চাইকেলখন পৰিত্যাগ কৰাৰ পাছত দুয়োজনে ৰিক্সা লৈ বান্দ্ৰা ৰে’লৱে ষ্টেচনলৈ গৈ বন্দী হোৱাৰ পৰা হাত সাৰিছিল বুলি জানিব পৰা গৈছে। দুয়োজনেই মুম্বাই মহানগৰ এৰি বৰ্তমান পলায়ন কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।অভিনেতাগৰাকীৰ ঘৰৰ পৰা কিছু কিলোমিটাৰ দূৰত্বত উদ্ধাৰ কৰে তেওঁলোকৰ দুচকীয়া বাহনখন।

ছলমান খানৰ বাসগৃহৰ বাহিৰত সংঘটিত হোৱা গুলীচালনাৰ পাছত লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল বিষ্ণোই-এ অনলাইন পোষ্টত দায়িত্ব স্বীকাৰ কৰি ইয়াক “প্ৰিভিউ” বুলি অভিহিত কৰি বলীউডৰ অভিনেতাগৰাকীক সতৰ্কবাণী জাৰি কৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে অভিনেতাগৰাকীৰ সৈতে যোগাযোগ কৰি আইনৰ শাসন বজাই ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

যোৱা বছৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (এন আই এ) কয় যে জেলত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই-এ হত্যা কৰাৰ পৰিকল্পনা কৰা ১০টা মূল লক্ষ্যৰ তালিকাত খানে শীৰ্ষস্থান দখল কৰিছিল, অভিনেতাজনৰ ১৯৯৮ চনৰ কৃষ্ণমৃগ চিকাৰৰ কাণ্ডৰ উদ্ধৃতি দি গেংষ্টাৰজনে কৈছিল যে খানৰ এই কাণ্ডই বিষ্ণোই সম্প্ৰদায়ক ক্ষুন্ন কৰিছিল৷

যোৱা বছৰৰ ১১ এপ্ৰিলত কৰা আন এক ভাবুকিৰ পাছত মুম্বাই আৰক্ষীয়ে খানৰ নিৰাপত্তাৰ ৱাই+লৈ বৃদ্ধি কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd