DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

SI ৰ প্ৰশ্নকাকত ফাদিল: বিজেপিৰ নেতা – কাৰ্যকৰ্তাক প্ৰথমে গ্ৰেপ্তাৰ কৰক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 24, 2020 4:39 pm
353
VIEWS
Share on FacebookShare on Twitter

যোৱা ২১ ছেপ্তেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল এই পৰীক্ষা।

তাৰ পাছতে ইয়াকে লৈ চৌদিশে প্ৰতিক্ৰিয়া অৱ্যাহত আছে। বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিবাদো কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি দাসে কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি ব্যৱস্থা লৈছে তাত আমি সন্তোষ প্ৰকাশ কৰিছো। আৰক্ষী তথা গৃহ বিভাগক আহ্বান জনাইছো এই প্ৰশ্নকাকত ফাদিলৰ সৈতে যিসকল  জৰিত সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।‘

ইপিনে, এই কাৰ্যত কোনোবা যদি বিজেপিৰ কাৰ্য্যকৰ্তা জৰিত থাকে তেওঁকহে প্ৰথমে গ্ৰেপ্তাৰ কৰিব লাগে বুলি উল্লেখ কৰে ৰঞ্জিত দাসে।

তেওঁ কয় ‘যদি বিজেপিৰ কোনো কাৰ্য্যকৰ্তা এই কাৰ্য্যৰ সৈতে জৰিত আছে তেওঁলোকক আগতীয়াকৈ গ্ৰেপ্তাৰ কৰিব লাগে। বাকীখিনিক পাছত গ্ৰেপ্তাৰ কৰি থাকক। ভাৰতীয় জনতা পাৰ্টীৰ দুই-এজন ব্যক্তিৰ নাম আহিছে। যদি সঁচাকৈ তেওঁলোক জগৰীয়া হয় তেন্তে আগতীয়াকৈ গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে গৃহ বিভাগক আহ্বান জনাইছো।‘

উল্লেখযোগ্য যে, বিজেপিৰ নেতা দিবন ডেকাৰ নাম সাঙোৰ খাইছে এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে। কালি তেওঁক চিআইডিয়ে সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে।

একোখন প্ৰশ্নকাকতৰ নামত এক লাখ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতা দিবন ডেকাৰ বিৰুদ্ধে। প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd