DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টকিঅ’ অলিম্পিকত কৰ’না! গেমছ ভিলেজত প্ৰথমটো সংক্ৰমণৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2021 11:53 am
953021-tokyo-olympics
292
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ আৰু ছয় দিন বাকী থকা অৱস্থাত গেমছ ভিলেজত চিনাক্ত হৈছে প্ৰথমটো কৰ’নাৰ সংক্ৰমণৰ ঘটনা।

অলিম্পিক কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে গেমছ ভিলেজত এজন কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে, তেওঁৰ পৰিচয় এতিয়াও সদৰী কৰা হোৱা নাই।

অহা ২৩ জুলাইৰ পৰা অলিম্পিক আৰম্ভ হ’ব। বহু খেলুৱৈ ইতিমধ্যে গৈ টকিঅ’ত উপস্থিত হৈছে।

অলিম্পিক আয়োজক সংস্থাৰ মুখপাত্ৰই জানিবলৈ দি কয়,’’এজন আক্ৰান্ত হৈছে। ভিলেজৰ ভিতৰত এইটোৱে প্ৰথম কৰ’নাৰ সংক্ৰমণ।‘’

উল্লেখ্য যে যোৱা বছৰেই অলিম্পিক আয়োজন কৰাৰ কথা আছিল যদিও কৰ’নাৰ বাবে সেয়া সম্ভৱ নহ’ল। এইবাৰ আয়োজন কৰা হৈছে যদিও জাপানতেই বাৰে বাৰে প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হৈছে অলিম্পিক কৰ্তপক্ষ।

কৰ’নাৰ বাবেই এইবাৰ অলিম্পিকত কোনো দৰ্শক নাথাকিব। সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কৰ’নাৰ প্ৰৱেশ ৰোধ কৰিব পৰা নগ’ল।

অলিম্পিক আৰম্ভ হ’বলৈ মাত্ৰ ছয় দিন থকা অৱস্থাত কৰ’নাৰ এই সংক্ৰমণৰ ঘটনাই স্বাভাৱিকতে আয়োজকৰ চাপ বৃদ্ধি কৰিছে।

ইপিনে, ভাৰতীয় খেলুৱৈসকলৰ বহুতেই ইতিমধ্যে টকিঅ’ত উপস্থিত হৈছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd