• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰিব বেবী লীগ ফুটবল টুৰ্ণামেণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2018 10:49 am
Baby league logo
386
VIEWS
Share on FacebookShare on Twitter

সৰুৰে পৰা ফুটবল খেলুৱৈসকলক প্ৰতিযোগিতাৰ সুযোগ দিয়া আৰু ভৱিষ্যতে এগৰাকী তাৰকা হিচাপে প্ৰতিষ্ঠত কৰাৰ লক্ষ্য তথা উদ্দেশ্য আগত লৈ অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিব গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জি জি বি এল ফুটবল টুৰ্ণামেণ্ট।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে গ্ৰহণ কৰা বেবী লীগ আঁচনিৰ অধীনত স্প’ৰ্টছ ক্ৰাফ্‌ট মেনেজমেণ্ট আৰু গুৱাহাটী চিটি ফুটবল ক্লাবে অসম ফুটবল সন্থাৰ সহযোগত এই লীগৰ আয়োজন কৰিছে।

মঙলবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত আয়োজিত এক সংবাদমেলত সিদ্ধাৰ্থ শংকৰ ডেকা, ৰংমন দাস, ডাৰিক ৰঞ্জন ডেকা, কৌস্তভ চক্ৰৱৰ্তী আৰু অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্তই এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখনত ৬ৰ পৰা ১৩ বছৰীয়া শিশুসকলক চাৰিটা ভাগত বিভক্ত কৰি এই লীগত অংশ লোৱাৰ সুযোগ দিয়া হ’ব।

নবেম্বৰৰ শেষ ভাগৰ পৰা প্ৰতি শনি আৰু দেওবাৰে বৃহত্তৰ গুৱাহাটীত আৰম্ভ হ’ব এই বেবী লীগ। লীগৰ প্ৰথম ছিজন চাৰি মাহ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে যদিও পাছলৈ ইয়াক ৬ মাহলৈ বৃদ্ধি কৰা হ’ব বুলি আয়োজকে সংবাদমেলত প্ৰকাশ কৰে।

উল্লেখ্য যে ৰাজ্যখনত ফুটবল সংস্কৃতি গঢ়ি তোলাৰ বাবে বেবী লীগ আৰম্ভ কৰা হৈছে আৰু ইয়াত ইচ্ছ্যুক ব্যক্তি, ক্লাব, একাডেমি, বিদ্যালয়, কোম্পানী, সংস্থা আদিয়ে দল গঠন কৰিব পাৰিব বুলি আয়োজকে জনোৱাৰ লগতে প্ৰতিযোগিতাখনৰ বিষয়ে আগ্ৰহী লোকসকলৰ বাবে ৭০০২৫-৭০৮৭০ আৰু ৯৭০৬৫-৭০২১৯ দুটা যোগাযোগ  নম্বৰো ইতিমধ্যে মুকলি কৰিছে।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd