• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত দেশৰ ভিতৰত প্ৰথম ভোজন অধিকাৰ মেলা সম্পন্ন

পুলেন্দ্র দাস by পুলেন্দ্র দাস
June 15, 2019 6:37 am
index 2

ভোজন অধিকাৰ মেলাৰ উদ্বোধনৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাত শুকুৰবাৰে অনুষ্ঠিত হয় দেশৰ ভিতৰত প্ৰথম জিলাভিত্তিক ভোজন অধিকাৰ মেলা ৷ ভাৰতীয় খাদ্য সুৰক্ষা মানদণ্ড কৰ্তৃপক্ষৰ উদ্যোগত দেশজুৰি আৰম্ভ হোৱা জন আন্দোলনৰ অংশ হিচাপে বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এই মেলা অনুষ্ঠিত হয় ৷

পুৱা ৭ বজাত যোগাভ্যাসৰ জৰিয়তে মেলাৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয় ৷ উদ্বোধনী সভাত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস কয় যে, মানুহৰ পৰিৱৰ্তিত খাদ্যাভ্যাসে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ নিজকে নিৰোগী কৰি ৰাখিবলৈ সঠিক আৰু পৰ্যাপ্ত আহাৰ গ্ৰহণ কৰাৰ বাবেও ৰাইজক আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

Apply Now

সভাখনত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ভাষণ প্ৰসংগত কয়, “থলুৱা খাদ্য পৰিবেশ পৰিস্থিতিৰ বাবে উত্তম ৷”

সভাখনত অসম ৰাজ্যিক বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, খাদ্য সুৰক্ষা বিষয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া মুকুল চন্দ্ৰ গগৈ, খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা সংস্থাৰ কাৰ্যবাহী সঞ্চালক ডাঃ সুজিত ৰঞ্জন, বিশ্ব বেংকৰ কাৰ্যবাহী ড° দীপিকা আনন্দে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷

মেলাত স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ বিপণীয়ে অংশ গ্ৰহণ কৰে ৷ ইয়াত কম খৰচত পুষ্টিকৰ আহাৰ প্ৰস্তুতিৰ আৰ্হিও প্ৰদৰ্শন কৰা হয় ৷

আনহাতে, মেলাৰ লগত সংগতি ৰাখি সজাগতামূলক বাটৰ নাট, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ সন্ধিয়া সংগীতানুষ্ঠানৰ পাছতে মেলাৰ সামৰণি পৰে ৷

পুলেন্দ্র দাস

পুলেন্দ্র দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd