DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ ছৰাইখোলাত বৰ্ণিল সাংস্কৃতিক কাৰ্য্যসূচীৰে প্ৰথম কমতাপুৰ মিউজিক ফেষ্টিভেল সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 7, 2020 7:59 pm
Music Festival

কমতা মিউজিক ফেষ্টিভেলৰ এটা দৃশ্য

670
VIEWS
Share on FacebookShare on Twitter

অসমৰ ভুমি পুত্ৰ কোঁচ-ৰাজবংশী জনগোষ্ঠী সকলৰ কলা সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত দাঙি ধৰি জনগোষ্ঠীটোৰ মাজত নতুন জাগৰণ গঢ়াৰ লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাৱে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চৰাইখোলাত আজি এদিনীয়া  বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা ন কমতাপুৰ মিউজিক ফেষ্টিভেলৰ সফল সামৰণি পৰে।

লক্ষণীয় দিশ যে, কমতাপুৰ মিউজিক ফেষ্টিভেল আয়োজনৰ মূল লক্ষ্য হৈছে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ বিলুপ্ত কলা সংস্কৃতিক বিশ্বৰ দৰবাত তুলি ধৰি জনগোষ্ঠীটোৰ ঐতিহ্যমণ্ডিত কলা কৃষ্টিক জীয়াই ৰখা।

এই লক্ষ্যৰে আজি ৰাতিপুৱা ছৰাইখোলা প্ৰাথমিক বিদ্যালয়ৰ বাখাৰত কোচ-ৰাজবংশী সকলৰ জাতীয় পতাকা উত্তোলন কৰে প্ৰথম কমতাপুৰ মিউজিক ফেষ্টিভেল আয়োজন সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ অধিকাৰীয়ে।

স্মৃতি তৰ্পন কৰে কোচৰাজবংশী সাংস্কৃতিক সমাজৰ সভাপতি বুদ্ধেশ্বৰ ৰায়ে।

আনহাতে, সন্ধিয়া আয়োজিত সাংস্কৃতিক সন্ধিয়াত অবিভক্ত গোৱালপৰীয়া জিলাৰ শিল্পীৰ লগতে পশ্চিম বংগৰ শিল্পী দলেও নৃত্য গীত পৰিবেশন কৰে।

তদুপৰি, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  কোঁচ-ৰাজবংশী সকলৰ কলা সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়োৱা ১২ গৰাকী প্ৰতিথযশা শিল্পীক একোখন কৈ প্ৰশস্তি পত্ৰ আৰু জাতীয় গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সমগ্ৰ অনুষ্ঠানত কোঁচ-ৰাজবংশী সাহিত্য সভা, আক্ৰাছু, ৰাজবংশী বুদ্ধিজীৱি আৰু সচেতন বয়জেষ্ঠ্যৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd