• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

‘নাগালেণ্ড প্ৰিমিয়াৰ বেডমিণ্টন লীগ’ আৰম্ভ, ৬টা দলৰ মাজত খিতাপৰ যুঁজ

NE NOW NEWS এন ই নাও নিউজ
কহিমা , May 30, 2019 12:00 pm

1 min read

nagaland-premier-badminton-league
149
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ কহিমাত বুধবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম সংখ্যক নাগালেণ্ড প্ৰিমিয়াৰ বেডমিণ্টন লীগ। কহিমাস্থিত ইণ্ডোৰ বেডমিণ্টন ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ লীগখন নাগালেণ্ড বেডমিণ্টন ক্লাবৰ উদ্যোগত আৰু নাগালেণ্ড বেডমিণ্টন এছ’চিয়েশ্যনৰ সহযোগত তিনিদিনিয়াকৈ আয়োজন কৰা হৈছে।

শুকুৰবাৰে সমাপ্ত হ’ব লগীয়া প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০৮ গৰাকী খেলুৱৈয়ে নিজৰ নিজৰ প্ৰতিভা দেখুৱাব। প্ৰতিযোগিতাখনত মুঠ ৬টা দলে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি অনুষ্ঠানত কহিমাৰ উপায়ুক্ত অনুপ খিনচি উপস্থিত থাকি আয়োজকক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনত এই প্ৰতিযোগিতাখনে প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ নিৰ্মাণত সাংঘাতিকভাৱে অৰিহনা যোগাব বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে নাগা লোকসকল অত্যন্ত প্ৰতিভাসম্পন্ন কিন্তু এই প্ৰতিভা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ পৰ্যবসিত কৰিবলৈ হ’লে কষ্ট কৰিব লাগিব।

ইফালে নাগালেণ্ড বেডমিণ্টন ক্লাবৰ সাধাৰণ সম্পাদক জোছেফ চুমিয়ে কয় যে ৰাজ্যৰ প্ৰতিভাসম্পন্ন বেডমিণ্টন খেলুৱৈ সকলক এখন উচিত প্লেটফ’ৰ্ম দিয়াৰ মানসেৰে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd