• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত উপস্থিত প্ৰথমখন শ্ৰমিক স্পেচিয়েল ৰেল

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 17, 2020 8:34 pm
First Shramik Special train arrives with 248 passengers in Dibrugarh

উপস্থিত হোৱা যাত্ৰীসকল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত প্ৰথমখন শ্ৰমিক স্পেচিয়েল ৰেল দেওবাৰে আহি উপস্থিত হৈছে।

কইম্বাটোৰৰ পৰা ডিব্ৰুগড়লৈ অহা ৰেলখনে তামিল নাডুত আবদ্ধ হৈ থকা ২৪৮ গৰাকী লোকক কঢ়িয়াই আনিছে।

Apply Now

ৰেলখন আহি বাণীপুৰ ষ্টেচনত উপস্থিত হোৱাৰ পিছতে স্বাস্থ্য বিভাগে যাত্ৰীসকলৰ স্ক্ৰীনিং কৰোৱায়।

আনহাতে শ্ৰমিক স্পেচিয়েল ৰেলৰ যোগেদি শনিবাৰে গুৱাহাটীত উপস্থিত হোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ যাত্ৰীসকলক বাছেৰে জিলা দুখনলৈ লৈ অহা হয়।

পাঁচখন বাছেৰে কঢ়িয়াই অনা যাত্ৰীসকলৰ স্ক্ৰীনিঙৰ পিছত সাতজন যাত্ৰীক ডিব্ৰুগড়ৰ কুৱাৰেণ্টিন কেন্দ্ৰলৈ পঠোৱা হয়।

তিনিচুকীয়াৰ যাত্ৰীসকলক স্ক্ৰীনিঙৰ বাবে জিলাখনলৈ প্ৰেৰণ কৰা হয়।

ইফালে দেওবাৰে পুৱাই নতুন দিল্লীৰ পৰা চতুৰ্থখন স্পেচিয়েল ৰেলো আহি ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনত উপস্থিত হয়।

ৰেলখনে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ ২০৭ গৰাকী যাত্ৰীক কঢ়িয়াই আনিছিল।

ৰেলসমূহ আহি পোৱাৰ সময়ত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক শ্ৰীজিথ টি ৰেল ষ্টেচনত উপস্থিত থাকে।

“সকলো সংশ্লিষ্ট বিভাগৰ পৰা আমি সকলো সহায় পাইছো। ৰেলসমূহৰ ঠিকমতে আহি পোৱাৰ ক্ষেত্ৰত সকলো বিভাগে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰিছে। অহা দিনকেইটাত আৰু অধিক যাত্ৰী ডিব্ৰুগড়ত উপস্থিত হ’ব,” উপায়ুক্ত ঝাই কয়।

লকডাউনত দেশৰ বিভিন্ন ঠাইত আবদ্ধ শ্ৰমিক, শিক্ষাৰ্থী, তীৰ্থযাত্ৰী, পৰ্য্যটককে ধৰি লোকসকলক কঢ়িয়াই অনাৰ বাবে ভাৰতীয় ৰেলৱেই এই শ্ৰমিক স্পেচিয়েল ৰেলসমূহ মুকলি কৰিছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd