DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত হঠাতে মাছ কিনিবলৈ গ্ৰাহকৰ হেতা-ওপৰা, কিন্তু কিয়?

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 28, 2021 3:32 pm
boo
309
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ নগৰত গ্ৰাহকৰ হেতা-ওপৰা মাছ কিনিবলৈ।কাৰণ বিশ্বনাথত বিক্ৰী কৰা হৈছে পানীৰ মূল্যত মাছ।

কিন্তু কিয় পানীৰ দৰত বিশ্বনাথত বিক্ৰী কৰা হৈছে মাছ জানেনে?
আচলতে নগাঁৱৰ পৰা মাছ বেপাৰীয়ে বিশ্বনাথৰ বজাৰত প্ৰায়ে মাছ বিকিবলৈ আনে।

কিন্তু আজি নগাঁৱৰ মাছ বেপাৰীৰ কপাল বেয়া আছিল।পুৱা নগাঁৱৰ পৰা মাছ লৈ আহিছিল যদিও বাটত গাড়ী বেয়া হোৱাৰ ফলত মাছ বেপাৰী বিশ্বনাথত উপস্থিত হওঁতে পলম হয়।
ইফালে ১১ বজাৰ পৰা সমগ্ৰ ৰাজ্যৰ লগত বিশ্বনাথতো SOP ৰ অধীনত দোকান পোহাৰ বন্ধৰ নিৰ্দেশনা জাৰি হৈ আছে।

যাৰ বাবে মাছ বেপাৰীয়ে বিশ্বনাথ নগৰত প্ৰৱেশ কৰিয়েই এঘাৰ বজাৰ পূৰ্বে মাছবোৰ পানীৰ দৰত বিক্ৰী কৰিছে,কাৰোবাক আকৌ ফ্ৰীতে দিছে।

মাছ বোৰ বেয়া হোৱাতকৈ বা পেলাই দিয়াতকৈ বেপাৰীয়ে যি দাম পায় সেই দামতে বিক্ৰী কৰি শেষ কৰিছে মাছ বোৰ।

যাৰ বাবে বিশ্বনাথ নগৰত আজি পানীৰ দৰত বিক্ৰী হৈছে মাছ।। কিন্তু মাছ বেপাৰীৰ নগাঁৱৰ পৰা বিশ্বনাথলৈকে মাছ লৈ অনা গাড়ীৰ তেল খৰছ পৰ্যন্ত নাপালে।

তথাপি কিন্তু মাছ বেপাৰীৰ আক্ষেপ নাই।কাৰণ মাছবোৰ পেলাই দিয়াতকৈ ৰাইজেই খাওঁক।

Recent News

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd