• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত মীন আইন উলংঘা : অবাধ হাৰত কণীযুক্ত মাছ নিধনৰ অভিযোগ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
May 25, 2021 4:21 pm
Fishing

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডে অসমত ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কোভিড প্রট’কল ভংগ কৰাৰ লগতে মীন আইন ১৯৫৩ সম্পূৰ্ণ উলংঘা কৰি টীয়কৰ জাঁজীমুখকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত কণীযুক্ত মাছ নিধন কৰি আহিছে বুলি অভিযোগ তুলিছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।

উল্লেখযোগ্য যে মীন আইন মতে ১৫ জুলাইলৈকে মাছৰ প্ৰজননৰ সময়ছোৱাত মাছ ধৰা নিষেধ যদিও বহু লোকে এতিয়াও এই আইন উলংঘা কৰি নদী, বিলত ধৰি ৰৌ, বৰালি, মিৰিকাকে ধৰি বহু মাছ বিক্ৰী কৰি আহিছে।

Apply Now

এই সম্পৰ্কত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি যোৰহাট জিলাৰ মীন বিষয়া আৰু টীয়ক আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক প্ৰদান কৰিছে আছুৱে।

স্মাৰকপত্ৰত উল্লেখ থকা অনুসৰি এই কণীযুক্ত মাছ নিধন আৰু বিক্ৰীৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি সেইসকল অসাধু চক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।

এক বিবৃত্তিত টীয়ক আছুৰ উপদেষ্টা ৰন্টু ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমত এটা বিয়াগোম মীন বিভাগ আছে, কিন্তু বিভাগৰ বিষয়াসকলৰ চৰম দুৰ্বলতাত এচাম দুষ্ট চক্ৰই দিনে নিশাই অবাধ হাৰত মীন আইন উলংঘা কৰি কণীযুক্ত মাছ, কাছ বিক্ৰী কৰি আহিছে।

উল্লেখযোগ্য যে মীন বিভাগে থলুৱা মাছ, কাছৰ সংৰক্ষণৰ বাবে ব্যৱস্থা লব লাগে যদিও কাৰ্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ উঠা নাই তাৰ পৰিৱৰ্তে সেই দুষ্ট চক্ৰৰ সৈতে ভিতৰুৱা মিতিৰালি আছে বুলি অভিযোগ কৰিছে।

লগতে তেওঁ উল্লেখ কৰে ভাৰতীয় মীন আইন ১৮৯৭ৰ ৭ ধাৰা আৰু মীন আইন ১৯৫৩ ৰ ২৭ ধাৰা অনুসৰি দণ্ডাদীশ বিষয়া, মীন বিভাগে আইন ভংগ কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লব লাগে তাৎক্ষণিকভাৱে।

আনহাতে এক বিবৃত্তিত টীয়ক আছুৰ উপদেষ্টা প্ৰীতমজ্যোতি শইকীয়া, প্ৰশান্ত দোলাকাষৰীয়াই কয় যে জাঁজীমুখকে ধৰি বহু অঞ্চলত অবাধ হাৰত কণীযুক্ত মাছ নিধনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ন মীন আইন উলংঘা কৰা হৈছে।

গতিকে সেইসকল ব্যক্তিৰ বিৰুদ্ধে মীন বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসমূহ চৰকাৰী অনুমতিপ্ৰাপ্ত মাছ বিক্রী স্থানত অবৈধভাৱে কণীযুক্ত মাছ বিক্ৰী কৰি আহিছে সেইসকল ভেণ্ডৰৰ চৰকাৰী অনুমতি বাতিল কৰিব লাগে মীন বিভাগে বুলি তেওঁলোকে উল্লেখ কৰিছে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd