• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডত জড়িত ৫ জনক গ্ৰেপ্তাৰ; পলাতক আন বহুকেইজন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 3, 2019 9:37 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডৰ সৈতে জড়িত থকা ৫ গৰাকী ব্যক্তিক তামুলপুৰ আৰক্ষীয়ে আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৩১ অক্টোবৰত কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰীত ছুপাৰি ভৰ্তি এখন ট্ৰাক হাইজেক কৰি চোৰৰ দলে ৩২০টা ছুপাৰিৰ বস্তা চুৰি কৰিছিল।

ইয়াৰ পিছতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ আৰু শালমাৰা গাঁৱত তামুলপুৰ আৰক্ষীয়ে শনিবাৰে অভিযান চলাই চুৰি হোৱা ছুপাৰিৰ বস্তা উদ্ধাৰ কৰে।

লগতে পঢ়ক তামুলপুৰ আৰক্ষীৰ সাফল্য; ট্ৰাক হাইজেক কৰি চুৰি কৰা বৃহৎ পৰিমাণৰ ছুপাৰি উদ্ধাৰ

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ব্যক্তি কেইগৰাকী হৈছে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ গাঁৱৰ যোগেশ কলিতা, প্ৰাণজিত দাস, কুমুদ কলিতা, শালমাৰা গাঁৱৰ আশ্রফ আলি আৰু নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত দুই নং বগৰীখুটি গাঁৱৰ দিলীপ ৰয়।

উদ্ধাৰ কৰা ছুপৰিৰ বস্তাসমূহ

ইতিমধ্যে ধৃত ব্যক্তিকেইজনক তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ মতে তামুলপুৰৰ ডিমিলাপাৰ গাঁৱৰে প্ৰাণজিত নম দাস নামৰ আন এজন যুৱক এই চুৰিকাণ্ডৰ লগত জড়িত আছে। উক্ত যুৱকজনেই ছুপাৰিখিনি  যোগেশ কলিতাৰ ঘৰৰ পুখুৰী, প্ৰাণজিত দাসৰ ৰাইছ মিল, আশ্রফ আলী আৰু দিলীপ ৰয়ৰ ঘৰৰ গুদামত লুকুৱাই ৰাখিছিল।

অৱশ্য আৰক্ষীয়ে এই পৰ্যন্ত উক্ত যুৱকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। তেওঁৰ উপৰি এই বৃহৎ অপৰাধী চক্ৰটোৰ লগত প্ৰায় ৩০-৪০ গৰাকী লোক জড়িত থাকিব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd