• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলিগুৰিত বনৰৌ সহ পাঁচগৰাকী ভূটীয়া নাগৰিক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2019 8:38 am
Pangolin rescued

উদ্ধাৰ হোৱা বনৰৌটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ বেলাকোবা ৰেঞ্জৰ বন বিষয়া আৰু উত্তৰ বংগ টাস্ক ফোৰ্চৰ যুটীয়া অভিযানত ২১ নৱেম্বৰত এটা বনৰৌ সহ পাঁচগৰাকী ভূটানৰ নাগৰিকক আটক কৰা হয়।

জানিব পৰা মতে, ভূটানৰ নাগৰিক কেইজনে এখন গাড়ীত বনৰৌটো লৈ আহিছিল আৰু বন বিভাগ আৰু উত্তৰ বংগ টাস্ক ফোৰ্চৰ অভিযানৰ সময়ত তেওঁলোক ধৰা পৰে।

Apply Now

অভিযানকাৰী দলটোৱে ভূটীয়া নাগৰিক কেইজনক অবৈধ সৰবৰাহ আৰু বনৰৌ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা ভূটীয়া নাগৰিক কেইজনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা হৈছে বুলি পশ্চিম বংগ আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

আনহাতে, ভূটীয়া নাগৰিক কেইজনৰ পৰা ভূটানৰ নাগৰিকৰ প্ৰমাণ পত্ৰৰ লগতে মোবাইল ফোন আৰু নগদ ধনো জব্দ কৰা হৈছে।

উল্লেখযোগ্য যে, পশ্চিমবংগৰ শিলিগুৰিত মাজে সময়ে এনেদৰে নিষিদ্ধ সামগ্ৰীৰ সৈতে ভূটান, নেপাল আদি দেশৰ লোক আৰক্ষীৰ হাতত আটক হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

June 25, 2026 4:40 pm
পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

June 25, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd