• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলেষ্টেৰল ৰোগীয়ে ভুলতেও নাখাব এই পাঁচবিধ খাদ্য; হ’ব পাৰে গুৰুতৰ ক্ষতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 7:36 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কম বয়সতে বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। যদি আপুনি এইবোৰ ৰোগত আক্ৰান্ত হয় তেন্তে পৰৱৰ্তী সমস্যাবোৰ দেখা দিয়ে। ডায়েবেটিছ, ৰক্তচাপ, উচ্চ ৰক্তচাপ বা কলেষ্টেৰল থকা ৰোগী এতিয়া ঘৰে ঘৰে আছে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? কলেষ্টেৰল ৰোগীৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা হ’ল।

কলেষ্টেৰলৰ সমস্যাত ভুগি থকা লোকসকলে এই খাদ্যসমূহ ভুলতেও খাব  নালাগে। নহ’লে ভয়াৱহ বিপদ হব পাৰে। সেইবোৰ হ’ল:-

প্ৰতিনিধিত্বমূলক ফটো।

মাখন – মাখনত সংপৃক্ত চৰ্বি থাকে। ই কলেষ্টেৰল বৃদ্ধি কৰে। ইয়াত ছডিয়াম থাকে। যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

Apply Now

আইচক্ৰীম – আইচক্ৰীম কেতিয়াও নাখাব। ইয়াৰ প্ৰস্তুতিত নিম্নমানৰ হাইড্ৰজেনেটেড উদ্ভিজ্জ তেল ব্যৱহাৰ কৰা হয়। ইয়াক স্কিমড মিল্ক আৰু ক্ৰীমেৰে তৈয়াৰ কৰা হয়। যাৰ ফলত কলেষ্টেৰলৰ সমস্যা বৃদ্ধি পায়।

নাৰিকল তেল – নাৰিকল তেল খাবলৈ এৰক। ইয়াত ল’ৰিক এচিড থাকে। যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। কলেষ্টেৰল ৰোগীয়ে নাৰিকল তেলেৰে তৈয়াৰী খাদ্য কেতিয়াও নাখাব।

প্ৰতিনিধিত্বমূলক ফটো।

ৰেড মীট- কলেষ্টেৰল ৰোগীয়ে ৰেড মীট খাব নালাগে। ইয়াত সংপৃক্ত চৰ্বিৰ পৰিমাণ বেছি। যাৰ ফলত স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি হয়।

ফ্ৰেঞ্চ ফ্ৰাই – ফ্ৰেন্স ফ্ৰাইত হাইড্ৰজেনেটেড ভেজিটেবল অইল থাকে। আলু, চিকেন উইংছ, মজাৰেলা ষ্টিকৰে তৈয়াৰ কৰা হয়। কলেষ্টেৰল ৰোগীয়ে ফ্ৰেঞ্চ ফ্ৰাই খাব নালাগে। ইয়াৰ ফলত শাৰীৰিক সমস্যা বৃদ্ধি পায়।

চেচুৰেটেড ফেট, ট্ৰেন্স ফেট, ছডিয়াম কম খাব লাগে। সুস্থ হৈ থাকিবলৈ খাদ্যত চৰ্বিহীন মাংস, চী ফুড, পনিৰ, দৈ, গোটা শস্য, ফল-মূল আৰু শাক-পাচলি যোগ কৰক। কলেষ্টেৰল নিয়ন্ত্ৰণত থাকিব। একেদৰে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ কচু খাব পাৰে। ই কেৰটিনয়ড নামৰ পদাৰ্থৰে ভৰপূৰ। যিয়ে কলেষ্টেৰলৰ মাত্ৰা সঠিক কৰি ৰাখে। শৰীৰ সুস্থ কৰি ৰাখে।

প্ৰতিনিধিত্বমূলক ফটো।

ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে ভৰপূৰ নেমুৰ বাবে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।

মুঠতে কলেষ্টেৰল ৰোগীয়ে উক্ত পাঁচটা খাদ্য ভুলতো খাব নালাগে, ইয়াৰ ফলত গুৰুতৰ ক্ষতি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd