• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলফা (স্বা)ৰ পাঁচগৰাকী দুৰ্ধৰ্ষ সদস্যক আটক; বহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অভিক চক্ৰৱৰ্তি by অভিক চক্ৰৱৰ্তি
April 23, 2020 10:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ চৰাইদেউ জিলাত বুধবাৰে নিশা নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা এটা অভিযানত আলফা (স্বা)ৰ পাঁচজন দুৰ্ধৰ্ষ সদস্য আটক হয়। উগ্ৰপন্থীৰ দলটোৰ পৰা বহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে।

অসম-অৰুণাচল-নাগালেণ্ড সীমান্তৰ সাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত চতিয়নাগুৰি অঞ্চলৰ টাইৰাই গাঁৱৰ ভূৱন গগৈ নামৰ এজন লোকৰ ঘৰত বাহৰ পাতি থকা অৱস্থাৰ পৰা তেওঁলোকক আটক কৰে।

Apply Now

আৰক্ষী আৰু সেনা বাহিনীয়ে যুটীয়াভাৱে এই অভিযানটো চলায়। এই বিশেষ অভিযানটো চৰাইডেউৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা আৰু সাপেখাটিস্থিত সেনা শিবিৰৰ চি অ’ই নেতৃত্ব প্ৰদান কৰে।

অভিযানকাৰী দলটোৰ হাতত আটক হোৱা আলফা সদস্য কেইজন হ’ল ক্ৰমে অপূৰ্ব গগৈ ওৰফে আৰোহন অসম, সীমান্ত গগৈ ওৰফে মাইনা, বিৰাজ অসম ওৰফে যোগেন গগৈ, লক্ষজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম।

এটা সূত্ৰই জনোৱা অনুসৰি আৰোহন অসম আৰু মাইনা আলফাৰ ম’ষ্ট ৱাণ্টেড সদস্য আছিল। ইয়াৰে মাইনা আছিল এজন আই ই ডি বিশেষজ্ঞ।

শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত বিভিন্ন অপৰাধমূলক কামৰ সৈতে জৰিত এই দুয়োজনকে ২০১২ চনৰ পৰাই আৰক্ষীয়ে বিচাৰি আছিল।

উল্লেখ্য যে উগ্ৰপন্থীৰ দলটোক আটক কৰাৰ সময়ত তেওঁলোকৰ লগত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ নাছিল। পিছত সোধা-পোচা কৰাত তেওঁলোকে বাহৰ পাতি থকা ঘৰৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগৰ পৰা অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে।

মাটিত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ সমূহ হ’ল- তিনিটা MQ 81 এছল্ট ৰাইফল, আঠটা MQ 81 মেগজিনছ. ৩২৩ টা MQ 81 এমুনেশ্যন, ৰাছিয়াত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, মেগজিনৰ সৈতে এটা .২২ এম এম পিষ্টল, দুটা ০.২২ এম এম  এমুনেশ্যন, দুটা ৭.৬৫২ এম এম এমুনেশ্যন, প্ৰায় দুই কেজি জিলেটিন, তিনি মিটাৰৰ সাত টুকুৰা কৰডেক্স, ডিট’নেটৰছ আৰু আলফা (স্বা)ৰ পোচাকৰ লগতে অন্য সা-সামগ্ৰী উদ্ধাৰ কৰে।

আৰক্ষী অধীক্ষক মিশ্ৰাই এই সন্দৰ্ভত কয় যে আটকাধীন পাঁচজন সদস্যৰ লগতে তেওঁলোকক থাকিবলৈ সুবিধা কৰি দিয়া লোকজনৰ ওপৰত আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইফালে আলফাৰ এই শীৰ্ষ পৰ্যায়ৰ দলটোৰ গ্ৰেপ্তাৰে সংগঠনটোক বৃহৎ ক্ষতি কৰিব বুলিও আৰক্ষী অধীক্ষকজনে উল্লেখ কৰে।

অভিক চক্ৰৱৰ্তি

অভিক চক্ৰৱৰ্তি

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd