• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকুম্ভৰ পৰা ওভতাৰ পথত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু ৫ জন বিদেশী নাগৰিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 10:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকুম্ভৰ পৰা উভতি অহাৰ পথতে ঘটিল বিঘিনি। গাড়ী বাগৰি গৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহত হয় ৫ জন বিদেশী নাগৰিক। শনিবাৰে নিশা বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ মধুবনী বাইপাছৰ চাৰিলেনযুক্ত পথত সংঘটিত হয় এই দুৰ্ঘটনা।

অভিযোগ অনুসৰি বাইকাৰৰ ষ্টাণ্টৰ পৰা হাত সাৰিবলৈ গৈ ডিভাইডাৰত খুন্দা মৰাৰ ফলত গাড়ীখন উলটি পৰে। সংঘৰ্ষৰ তীব্ৰতা ইমানেই বেছি আছিল যে এছ ইউ ভিখন পাঁচবাৰ উলটি বাগৰি গৈছিল।

Apply Now

জানিব পৰা মতে, ৯ জন নেপালী নাগৰিকক লৈ প্ৰয়াগৰাজৰ পৰা উভতি আহিছিল গাড়ীখন। এজন বাইকাৰে মধুবনী বাইপাছত নিজৰ বাইক ষ্টান্ট প্ৰদৰ্শন কৰি আছিল। ষ্টান্টবাজিৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে গৈ ডিভাইডাৰত খুন্দা মাৰে। লগে লগে গাড়ীখন পাঁচবাৰ উলটি খালে। গাড়ীখনত থকা ৯ জন লোকৰ ভিতৰত ৫জনৰ মৃত্যু হয়। বাকী চাৰিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ শ্ৰীকৃষ্ণ মেম’ৰিয়েল মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুৰ্ঘটনাটো ইমানেই ভয়াৱহ যে গাড়ীখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে। খিৰিকীৰ সকলো গ্লাছ ছিন্নভিন্ন হৈ গৈছে। কেৱল সেয়াই নহয়, এটা চকা ভাঙি গাড়ীৰ ভিতৰলৈ সোমাই যায়।

স্থানীয় সূত্ৰৰ মতে, সেই সময়ত বাইপাছ পথত কেইবাজনো বাইকাৰে ষ্টাণ্ট কৰি আছিল। দ্ৰুতবেগী গাড়ীখনে তেওঁলোকক খুন্দা মাৰিব পাৰিলেহেঁতেন। সেই সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিয়েই চালকজনে ডিভাইডাৰত খুন্দা মাৰে। থিতাতে ৫ জন লোকৰ মৃত্যু হয়। খবৰ অনুসৰি এই আটাইকেইজনেই চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ নাগৰিক। মহাকুম্ভত অংশগ্ৰহণ কৰিবলৈ প্ৰয়াগৰাজলৈ আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, গাড়ীখনত থকা এয়াৰবেগটো সময়মতে নোখোলাৰ বাবেই দুৰ্ঘটনাৰ প্ৰভাৱ অধিক ভয়াৱহ হৈ পৰিছে। দুৰ্ঘটনাটোত জড়িত গাড়ীখনত থকা আটাইকেইজনৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা হৈছে। নেপালৰ বিষয়াৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগৰ প্ৰচেষ্টা চলোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd