• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্ষকেই ভক্ষক : গুৰুতৰ অপৰাধত জড়িত পাঁচগৰাকী আৰক্ষীক নিলম্বন

তন্ময় চক্ৰৱৰ্তি by তন্ময় চক্ৰৱৰ্তি
August 21, 2019 2:20 pm
tripura police 2

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সংঘটিত গুৰুতৰ অপৰাধ সমূহত জড়িত থাকে একাংশ আৰক্ষী? এই বৃহৎ প্ৰশ্নৰ অৱতাৰণা হৈছে শেহতীয়াকৈ ত্ৰিপুৰাত সংঘটিত কেইবাটাও ঘটনাৰ পিছৰ পৰা।

মঙলবাৰে পুনৰ ৰাজ্যখনৰ দুজন আৰক্ষী কৰ্মীক নিলম্বন কৰা হয়। এই দুগৰাকীৰ নিলম্বনৰ সৈতে যোৱা কিছুদিনত ৰাজ্যখনৰ ৫গৰাকী আৰক্ষী কৰ্মীক নিলম্বন কৰা হৈছে।

Apply Now

মঙলবাৰে ধৰ্ষণৰ অভিযোগত অভিযুক্ত থকা প্ৰীতম ভৌমিক নামৰ এজন কনিষ্টবলক চাকৰিৰ পৰা নিলম্বন কৰি আগৰতলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।

উল্লেখণীয় যে ত্ৰিপুৰাৰ এগৰাকী ভি আই পিৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল প্ৰীতম ভৌমিক।

এই ঘটনা সংক্ৰান্ত বিদুৎ সূত্ৰধৰে জানিবলৈ দি কয়, ‘আগৰতলাৰ সমীপৱৰ্তী অঞ্চলত যোৱা ১২ আগষ্টৰ দিনা এগৰাকী ৩১ বছৰীয়া মহিলাক দুৰ্বৃত্তৰ এটা দলে দলবদ্ধ ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ পাছত মহিলা গৰাকীক দুৰ্বৃত্ত কেইজনে হত্যাৰো চেষ্টা চলাইছিল। আৰু পাছত শ্ৰীনগৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল’।

তেওঁ লগতে জানিবলৈ দি কয় যে ধৰ্ষণৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰীতম ভৌমিক আৰু নিৰ্মল ভট্টাচাৰ্য নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক আগৰতলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা দেওবাৰে নিশা আমতলি আৰক্ষী থানাৰ অন্তৰ্গত নবিন পাৰাত কোনো দুৰ্বেত্তই এগৰাকী চি পি আই এমৰ কৰ্মীক হত্যা কৰিছিল। আৰু সেই হত্যাৰ পাছতে যোৱা নিশা আমতলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মমন উল্লা কাজিক চাকৰিৰ পৰা নিলম্বন কৰা হয়।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি এই হত্যাকাণ্ডটোৰ মূল নায়ক হৈছে সঞ্জীৱ দাস। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দাসক সেইদিনা নিশাই আটক কৰে যদিও পাছলৈ তেওঁক এৰি দিয়ে।

এই হত্যাকাণ্ডটোৰ মুখ্য তদন্তকাৰী বিষয়া মমন উল্লা কাজিয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগত যোৱা নিশা ৰাজ্যৰ আৰক্ষী বিভাগে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে।

আনহাতে এগৰাকী বেংক বিষয়াৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈ বৰ্তমান কাৰাবাস খাটি আছে ৰাজ্যখনৰ আন এগৰাকী ট্ৰেফিক পৰিদৰ্শক সুকন্ত বিশ্বাসে।

ইয়াৰ উপৰি কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দীপাঞ্জনা সাহা আৰু মিখা দাৰলোং নামৰ দুগৰাকী উপ পৰিদৰ্শককো যোৱা সপ্তাহত নিলম্বন কৰিছিল।

তন্ময় চক্ৰৱৰ্তি

তন্ময় চক্ৰৱৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd