• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেট্ৰল পাম্পত তেল ভৰাওতে ৫ টা উপায়েৰে ঠগিব পাৰে আপোনাক, জানি থওক সেয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2020 6:52 pm
pet

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগৰ অন্ত নাই।

কেতিয়াবা যদি ভেজাল তেলৰ অভিযোগ কেতিয়াবা আকৌ তেল কমকৈ দিয়াৰ অভিযোগ আদি।

বহু পেট্ৰল পাম্পতেই নিতৌ বহু গ্ৰাহকে প্ৰতাৰণাৰ চিকাৰ হৈ আহিবলগীয়া হৈছে।

অৱশ্যে তাৰ মাজতে কিছু সৎ পথেৰে পৰিচালিত পেট্ৰল পাম্পো নথকা নহয়।

পেট্ৰল পাম্পত আপুনি কেইবা ধৰণে প্ৰতাৰিত হ’ব পাৰে।

প্ৰথমতে গ্ৰাহকক ঠগিবলৈ বহু পেট্ৰল পাম্পে মিটাৰত বিশেষ চিপ লগাই থব পাৰে।

ফলত মিটাৰৰ ৰিডিং বেছিকৈ দেখুৱায়। এই কাৰছাজি ধৰা পেলাবলৈ আপুনি এক লিটাৰৰ বটলত পেট্ৰল ভৰালে সঠিককৈ তেল দিছে নে নাই জানিব পাৰিব।

দ্বিতীয়তে বহু পেট্ৰল পাম্পে  তেল ভৰাবলৈ অতি দীঘল পাইপ ব্যৱহাৰ কৰে।

ইয়াৰ ফলত মিটাৰত দেখুৱালেও কিছু তেল পাইপৰ ভিতৰতে ৰৈ যায়।ঠগোৱাৰ তৃতীয় উপায়টো হ’ল তেল ভৰোৱাৰ সময়ত তেল ভৰোৱা লোক জনে পাইপৰ ৰেগুলেটৰত সামান্য হেঁচা দি থাকে।

ইয়াৰ ফলত তেল কিছু পৰিমাণে পাইপৰ ভিতৰতে ৰৈ যায়।

যদি তেলৰ পাইপত থকা ৰেগুলেটৰত তেল দিয়া লোক জনে হেঁচা প্ৰয়োগ কৰা যেন পায় তেন্তে ইয়াৰ প্ৰতিবাদ জনাব।

চতুৰ্থতে বহু পেট্ৰল পাম্পৰ গৰাকীয়ে পেট্ৰলৰ পৰাই নিষ্কাষিত ন্যাপথা নামৰ পদাৰ্থ পেট্ৰলত মিহলায়।

ফলত পেট্ৰলৰ ঘনত্ব বৃদ্ধি পায় আৰু গ্ৰাহকে মিটাৰত দেখুৱালেও তেল কমকৈ পায়।

পঞ্চমতে ধৰক আপুনি ১০০ লিটাৰ তেল ভৰাবলৈ ক’লে।

তেল ভৰোৱা লোকজনে নুশুনাৰ ভাও জুৰি আপোনাক ২০ লিটাৰ তেলহে ভৰাই দিলে।আপুনি কোৱাত তেওঁ পুনৰ মিটাৰ নতুনকৈ আৰম্ভ নকৰাকৈয়ে ৮০ লিটাৰ তেল ভৰাই দিলে।

অৰ্থাৎ ২০ আৰু ৮০ মিলি ১০০ হ’ল।

কিন্তু আপুনি মিটাৰ বন্ধ নকৰাৰ বাবে পিছৰ বাৰ ৮০ৰ ঠাইত ৬০ লিটাৰ তেলহে পালে।

আগৰ ২০ৰ লগত ৬০ যোগ হৈহে ৮০ দেখুওৱা হৈছিল।

গ্ৰাহকৰ ব্যস্ততা আৰু অমনোযোগীতাৰ সুযোগ লৈ পেট্ৰল পাম্পত এনে প্ৰতাৰণাৰো চিকাৰ হয় বহতে। সেয়ে পিছৰ বাৰ তেল দিওতে মিটাৰ পুনৰ আৰম্ভনিৰ পৰা দিবলৈ কব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd