DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূটানত বিধ্বংসী বান, উটুৱাই নিলে ১০ জনকৈ লোকক

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2021 3:53 pm
bh
379
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চুবুৰীয়া দেশ ভূটান এতিয়া প্ৰলয়ংকৰী বানপানীৰ কৱলত পৰিছে।

বানপানীৰ উপৰিও দেশ খনৰ বহু ঠাইত ভূমিস্খলনো সংঘটিত হৈছে।

বানপানী-ভূমিস্খলনৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে।

মৃত্যুৰ সংখ্যা ইয়াতকৈও বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে।

তদুপৰি, ৫ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

ভূটানৰ পাৰ্বত্য অঞ্চল লায়াত ঔষধি উদ্ভিদৰ সন্ধান কৰি থকাৰ সময়তে পৰ্বতৰ পৰা নামি অহা বানৰ ঢলে ১০ জনকৈ লোকক উটুৱাই লৈ যায়।
দেশ খনত বিগত কিছুদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলতে এই বানপানী হৈছে।

বানপানী-ভূমিস্খলনৰ ফলত ভূটানৰ বহু ৰাস্তা-দলং ধ্বংস হৈছে।

তদুপৰি বহু বাসগৃহসমূহত বোকা সোমাইছে।

উদ্ধাৰকাৰী বাহিনীয়ে অতি কঠিন পৰিস্থিতিৰ সম্মুখীন হৈও উদ্ধাৰকাৰ্য চলাই থকা বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।ভূটানৰ প্ৰধানমন্ত্ৰী লটে ছেৰিঙে দ্ৰুত গতিত উদ্ধাৰ অভিযান চলাই যাবলৈ নিৰ্দেশ দিছে।ইতিমধ্যে বান বিধ্বস্ত অঞ্চলসমূহত হেলিকপ্তাৰ ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলাই থকা হৈছে।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd