• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ড ভাৰতৰ বাহিৰত? Flipkartৰ জ্ঞানক লৈ ছচিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 11:40 am
WhatsApp Image 2020-10-10 at 11.01.34 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত ফ্লিপকাৰ্টৰ চাৰ্ভিছ দিয়া নহয়, কিয়নো উত্তৰ-পূবৰ এই ৰাজ্যখন হেনো ভাৰতৰ বাহিৰত।

জনপ্ৰিয় ই-কমাৰ্ছ ছাইট ফ্লিপকাৰ্টৰ এই মন্তব্যৰ পাছত ছচিয়াল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংস্থাটো বিভিন্নজনৰ ৰোষত পৰে।

Apply Now

নিজৰ ভুল বুজিব পাৰি ফ্লিপকাৰ্টে ততাতয়াকৈ ক্ষমা বিচাৰিলে যদিও মাৰ যোৱা নাই ক্ষোভৰ বহিৰ্প্ৰকাশ।

উৎসৱকালীন সময়ত ফ্লিপকাৰ্টে বিগ-বিলিয়ন ডে’ৰ অফাৰ আৰম্ভ কৰিছে। সংস্থাটোৱে ছচিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ প্ৰচাৰো চলাইছে।

সংস্থাটোৰ ফেচবুক পেজত নাগালেণ্ডৰ এগৰাকী গ্ৰাহকে অভিযোগ কৰে যে ৰাজ্যখনত ফ্লিপকাৰ্টৰ চাৰ্ভিছ পোৱা নাযায়। এনেকুৱা কিয় হয় সেয়া গ্ৰাহকগৰাকীয়ে জানিব বিচাৰে।

ইয়াৰ উত্তৰত ফ্লিপকাৰ্টে লিখিলে,’’কথাটো দানিব পাৰি বেয়া লাগিছে। আপোনাৰ ক্ৰয় কৰাৰ আগ্ৰহক আমি সন্মান কৰো। কিন্তু আমাৰ চাৰ্ভিছ ্পভাইডাৰসকলে ভাৰতৰ বাহিৰত সামগ্ৰী ডেলিভাৰি নকৰে।‘’

ডিমাপুৰৰ সংবাদ মাধ্যমত এই বিষয়ে বাতৰি প্ৰকাশ হোৱাৰ সমান্তৰালকৈ ছচিয়েল মিডিয়াতো ইয়াৰ স্ক্ৰীণ শ্বটটো ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে ফ্লিপকাৰ্টক উদ্দেশ্যি আৰম্ভ হয় তুমুল সমালোচনা।

বহুতেই মন্তব্য কৰিছে যে ভাৰতৰ দৰে এখন বৃহৎ দেশত ব্যৱসায় সাম্ৰাজ্য মেলি দিয়া ই-কমাৰ্ছ ছাইটটোৱে দেশখনৰ ভূগোল-ইতিহাসৰ সামান্যতম জ্ঞান ৰখা উচিত।

নাগালেণ্ডক ভাৰতৰ বাহিৰৰ বুলি কৰা মন্তব্য কৰি কৰা ভুলৰ কোনো ক্ষমা নাই বুলিও একাংশ য়ুজাৰে মত প্ৰকাশ কৰিছে।

উক্ত ফেচবুক পেজতেই ফ্লিপকাৰ্টে ইয়াক এক অনিচ্ছাকৃত ভুল বুলি কৈ তাৰ বাবে ক্ষমা বিচাৰে আৰু ভৱিষ্যতে এনে ভুল নহয় বুলি জনায়।

পিচে, দেশৰ স্বাভিমানী নাগৰিকৰ বাবে ফ্লিপকাৰ্টৰ এই ভুল মাৰাত্মক আৰু ইয়াত কোনো আপোচৰ প্ৰশ্ন থাকিব নোৱাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd