• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কালান্তক বান : সাহায্যৰ নামত অসমক কেৱল প্ৰতাৰণা কেন্দ্ৰৰ, দল-সংগঠনৰ ৰহস্যজনক মৌনতা

বান সাহায্যৰ নামত চলিত বৰ্ষত অসমক মাত্ৰ ৩৮৬ কোটি টকা প্ৰদান কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2020 3:11 pm
911437-representational-image

প্ৰতিনিধিত্বমূলক ফ'টো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ২৩ খন জিলাত বানে সংহাৰ চলাইছে।

এতিয়ালৈকে বানত প্ৰাণহানি ঘটিছে ২৭ জন লোকৰ।

Apply Now

উজনি-নামনি সকলোতে বাজিছে মৃত্যুৰ দামামা।ইমানৰ পিছতো যেন গা লৰা নাই চৰকাৰৰ।

ক’ৰ’নাতংকৰ সুযোগলৈ চৰকাৰে যেন বন্যাক্ৰান্তৰ কথা পাহৰি গৈছে।

অসম চৰকাৰৰ বিয়াগোম মন্ত্ৰীসকলে বন্যাক্ৰান্তৰ কথা পাহৰি যোৱাৰ দৰেই কেন্দ্ৰীয় চৰকাৰেও অসমৰ বানপীড়িতৰ প্ৰতি পিঠি দিয়া দেখা গৈছে।

বান সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰে বিগত দিন বোৰত অসমক কেৱল প্ৰতাৰণাৰ বাদে আন একো দিয়া নাই।

২০১৭-১৮ বৰ্ষত অসমত বানে কালান্তক ‌ৰূপ ধাৰণ কৰাৰ সময়তো কেন্দ্ৰই অসমৰ প্ৰতি চকু দিয়া নাছিল।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ।২০১৪ চনত অসম চৰকাৰে কেন্দ্ৰক বান সাহায্যৰ নামত বিচাৰিছিল ৯৩৭০ কোটি টকা।

কিন্ত ইয়াৰ বিপৰীতে কেন্দ্ৰই অসমক দিছিল মাত্ৰ ২৮৮.৬ কোটি টকা। ২০১৫ চলত অসম চৰকাৰে বিচাৰিছিল অতিৰিক্ত ২১০০ কোটি টকা। সেইবাৰো কেন্দ্ৰই অসমক দিছিল মাত্ৰ ৪১৪ কোটি টকা।

২০১৬ বৰ্ষত অসমে বিচাৰিছিল ৫০৩৮ কোটি টকা, কিন্ত পাইছিল মাত্ৰ ৪৩৪.৭০ কোটি টকা।

২০১৭-১৮ বৰ্ষত অসমে পাইছিল ৪৫৬ কোটি টকা। এইবাৰ অসমে লাভ কৰিছে তাতোকৈয়ো কম ধন।

২০২০ চনত অসমে বান সাহায্যৰ নামত লাভ কৰিছে মাত্ৰ ৩৮৬ কোটি টকা।

যিটো সময়ত কেন্দ্ৰই আম্ফান ধুমুহাত বিধ্বস্ত পশ্চিমবংগক ১০০০ কোটি টকা সাহায্য হিচাবে আগবঢ়াইছে সেই সময়ত পিছে অসমক বান সাহায্যৰ নামত দিছে ৩৮৬ কোটি টকাহে।

অথচ আম্ফানৰ তুলনাত অসমৰ বানো কম বিধ্বংসী নহয়। কেন্দ্ৰৰ এনে বৈষ্যমৰ নীতিয়ে এতিয়া সকলোকে ভবাই তুলিছে।

অসমৰ বিভিন্ন দল-সংগঠনে এই বিষয়ত অৱলম্বন কৰা মৌনতায়ো সকলোকে ভবাই তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd