• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানাহৰ ঢলে উটুৱাই নিলে বঙাইগাঁও-গোৱালপাৰা সংযোগী কাঠৰ দলং : অৰ্ধশতাধিক গাঁও বিচ্ছিন্ন

ইয়াছিন আলী by ইয়াছিন আলী
August 2, 2020 2:07 pm
IMG_20200802_110258
206
VIEWS
Share on FacebookShare on Twitter

নিশাৰ ভিতৰতে বঙাইগাঁৱৰ নাম্বাৰপাৰা -গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰৰ কাঠৰ দলং উটুৱাই নিলে নৈৰ বাঢ়নী পানীয়ে। ইয়াৰ ফলত অৰ্ধশতাধিক গাৱঁৰ যোগাযোগ বিচ্ছিন্ন।

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং যোৱা নিশা পানীৰ সোতেঁ উটুৱাই লৈ যায়।

দীৰ্ঘদিন ধৰি দলংখন জৰাজীৰ্ণ হৈ আছিল দলংখন। যাৰ বাবে অতিকৈ দুৰ্বল হৈ পৰিছিল আৰু  দলংখনৰ খুটিৰ কাঠবোৰ পঁচি গৈছিল।

ফলত দলংখন যোৱা নিশা পানীৰ সোঁতৰ লগত যুদ্ধ কৰি তিষ্ঠিব নোৱাৰি উটি যায় মানাহৰ বুকুত।

কিছু দিন পূৰ্বেও দলং খনত উজনিৰ পৰা উটি অহা এটা বাহৰ সাকৌ লাগি ধৰিছিল। কোনোমতে ৰাইজৰ তৎতপৰতাত দলং তেতিয়া ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও যোৱা নিশা পানীৰ সোঁতত উটি যায়।

দলং খনৰ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিছে যদিওঁ কোনো সমাধান পোৱা নাই ৰাইজে।

আনহাতে দলংখন মেৰামতিৰ বাবে কেইবাবছৰ ধৰি স্থানীয় বিধায়ক আব্দুল হাই নাগৰীৰক অনুৰোধ জনোৱাৰ পিছতো দলংখন মেৰামতিৰ বাবে কোনো ব্যৱস্থা নোলোৱাত নিশা দলংখন পানীৰ প্ৰবল সোঁতত উটি যায় বুলি ৰাইজে জানিবলৈ দিয়ে স্থানীয় লোকে।

দলংখন উটি যোৱাৰ ফলত প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰ্হিবিশ্বৰ সৈতে।

এখন সৰু টুলুঙা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে যদিও যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

সেয়ে ঠাইখনত যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ বাবে যিকোনো ব্যৱ্স্থা কৰি দিয়াৰ বাবে চৰকাৰৰ লগতে জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd