• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Assam flood বঙাইগাঁও জিলাৰ ৮৬ খন গাঁৱৰ ৭৭,৭৭০ গৰাকী লোক বানৰ কবলত

৬ টা আশ্ৰয় শিবিৰত ১,১৪৮ গৰাকী বানাক্ৰান্তৰ আশ্ৰয় গ্ৰহণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 17, 2022 2:35 pm
193
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলস্বৰূপে বঙাইগাঁও জিলাৰ আই, মানাহ আদি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। তাৰ ফলস্বৰূপে জিলাখনৰ বঙাইগাঁও ৰাজহ চক্ৰ, ডাংতল আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ ৮৬খন গাঁও বানাক্ৰান্ত হৈছে।

বঙাইগাঁও ৰাজহ চক্ৰৰ বঙাইগাঁও চহৰৰ ৮ ম খণ্ড, খাৰিজা দোলাইগাঁও প্ৰথম আৰু দ্বিতীয় খণ্ড, ডাংতল ৰাজহ চক্ৰৰ বিদ্যাপুৰ, ছিকিবিকি,দুৰ্গামাৰী আৰু হলাগুৰি গাঁওকেইখন প্লাৱিত হৈছে।আনহাতে মাণিকপুৰ ৰাজহ চক্ৰৰ আবাদী, আউলাগুৰি, বৰবিলা, বৰিপাৰা, বাওবাৰী, বেচিমাৰী, ভাটিপাৰা, বৰবাখৰা, বৰধূপ, চৌৰাগুৰি, ডাউকিঝাৰ, দেওটাৰী আলুখুন্দা, ডোমপাৰা, দনকিনামাৰী, গাৰোলেটী, গৰাইমাৰী, গোসাইগাঁও, হপাচাৰা, ঝাওবাৰী, কাহীবাৰী, কুৰ্চামাৰী, কুছলাইগুৰি, লুংঝাৰ ,মাণিকপুৰ, মোনাকছা, মৌখোৱা, ১ নং নগৰঝাৰ , ১ নং গাৰুগাঁও, ২ নং জাৰাগুৰি, ২ নং নাচোনকুৰি, ৩ নং জাৰাগুৰি, ৩ নং ছালাবিলা, ১ নং বাশবাৰী, ১ নং ভাণ্ডাৰা,১ নং চক্ৰশিলা,১ নং ধুপুৰী, ১ নং জামদহা,১ নং পালেংবাৰী, ১ নং পাতকাটা, ১ নং ছালাবিলা,২ নং বাশবাৰী,২ নং ভাণ্ডাৰা,২ নং বৃদ্ধবাশী, ২ নং ধুপুৰী, ২ নং জামদহা, ২ নং কাৱাদী(সোনাইখোলা),২ নং নোৱাপাৰা, ২ নং পালেংবাৰী, ২ নং পাতকাটা,২ নং ছালাবিলা, ২ নং সুপাৰিগুৰি, ৩ নং বাশবাৰী, ৩ নং ভাণ্ডাৰা, ৩ নং গাৰুগাঁও, ৩ নং জামদহা, ৩ নং নাচোনকুৰি, ৩ নং পাতকাটা, ৪ নং বাশবাৰী, ৪ নং ভাণ্ডাৰা, ৪ নং জামদহা, ৫ নং বাশবাৰী, ৫ নং ভাণ্ডাৰা, ৫ নং জামদহা, ৬ নং বাশবাৰী, ৬ নং ভাণ্ডাৰা, ৬ নং জামদহা, ৭ নং বাশবাৰী, ১ নং নোৱাপাৰা, নোৱাগাঁও, ওদলাগুৰি, পতিলাদহা, শালমাৰা, শিলঘাগিৰি, টকাবাৰী আৰু উজানডুবিকে ধৰি ৭৯খন গাঁও বানৰ কবলত পৰিছে।

তিনিওটা ৰাজহ চক্ৰ মিলি সৰ্বমুঠ ৮৬ খন গাঁও প্লাৱিত হৈছে আৰু এই ৰাজহ চক্ৰ তিনিটাৰ মুঠ ৭৭,৭৭০গৰাকী লোক বানৰ কৱলত পৰিছে। আনহাতে ১,২০১.০০হেক্টৰ খেতিপথাৰ প্লাবিত হৈছে। বানাক্ৰান্ত লোকৰ বাবে বঙাইগাঁও ৰাজহ চক্ৰত নেতাজী বিদ্যা নিকেতন, ডাংতলৰ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , মেল্লনপুৰি এল পি স্কুল , ৪৭১ ছিকিবিকি এল পি স্কুল, হলাগুৰি এল পি স্কুল আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ নগৰঝাৰত এটাকৈ অস্থায়ী শিবিৰকে ধৰি মুঠ ৬ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এই ছটা আশ্ৰয় শিবিৰত মুঠ ১,১৪৮ গৰাকী লোকে আশ্ৰয় লৈ আছে।

তাৰে ভিতৰত ২৩৫ টি শিশু আৰু ২ গৰাকী গৰ্ভৱতী আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃও আছে। বানাক্ৰান্ত ১৪০গৰাকী লোকক অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱা বিভাগৰ লোক তথা স্থানীয় লোকে ৩ খন নাও ব্যৱহাৰ কৰি উদ্ধাৰ কৰিছে আৰু বানাক্ৰান্ত লোকৰ বাবে এটা চিকিৎসা সেৱা দল নিয়োগ কৰা হৈছে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd