• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Assam flood বঙাইগাঁও জিলাৰ ৮৬ খন গাঁৱৰ ৭৭,৭৭০ গৰাকী লোক বানৰ কবলত

৬ টা আশ্ৰয় শিবিৰত ১,১৪৮ গৰাকী বানাক্ৰান্তৰ আশ্ৰয় গ্ৰহণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 17, 2022 2:35 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলস্বৰূপে বঙাইগাঁও জিলাৰ আই, মানাহ আদি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। তাৰ ফলস্বৰূপে জিলাখনৰ বঙাইগাঁও ৰাজহ চক্ৰ, ডাংতল আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ ৮৬খন গাঁও বানাক্ৰান্ত হৈছে।

বঙাইগাঁও ৰাজহ চক্ৰৰ বঙাইগাঁও চহৰৰ ৮ ম খণ্ড, খাৰিজা দোলাইগাঁও প্ৰথম আৰু দ্বিতীয় খণ্ড, ডাংতল ৰাজহ চক্ৰৰ বিদ্যাপুৰ, ছিকিবিকি,দুৰ্গামাৰী আৰু হলাগুৰি গাঁওকেইখন প্লাৱিত হৈছে।আনহাতে মাণিকপুৰ ৰাজহ চক্ৰৰ আবাদী, আউলাগুৰি, বৰবিলা, বৰিপাৰা, বাওবাৰী, বেচিমাৰী, ভাটিপাৰা, বৰবাখৰা, বৰধূপ, চৌৰাগুৰি, ডাউকিঝাৰ, দেওটাৰী আলুখুন্দা, ডোমপাৰা, দনকিনামাৰী, গাৰোলেটী, গৰাইমাৰী, গোসাইগাঁও, হপাচাৰা, ঝাওবাৰী, কাহীবাৰী, কুৰ্চামাৰী, কুছলাইগুৰি, লুংঝাৰ ,মাণিকপুৰ, মোনাকছা, মৌখোৱা, ১ নং নগৰঝাৰ , ১ নং গাৰুগাঁও, ২ নং জাৰাগুৰি, ২ নং নাচোনকুৰি, ৩ নং জাৰাগুৰি, ৩ নং ছালাবিলা, ১ নং বাশবাৰী, ১ নং ভাণ্ডাৰা,১ নং চক্ৰশিলা,১ নং ধুপুৰী, ১ নং জামদহা,১ নং পালেংবাৰী, ১ নং পাতকাটা, ১ নং ছালাবিলা,২ নং বাশবাৰী,২ নং ভাণ্ডাৰা,২ নং বৃদ্ধবাশী, ২ নং ধুপুৰী, ২ নং জামদহা, ২ নং কাৱাদী(সোনাইখোলা),২ নং নোৱাপাৰা, ২ নং পালেংবাৰী, ২ নং পাতকাটা,২ নং ছালাবিলা, ২ নং সুপাৰিগুৰি, ৩ নং বাশবাৰী, ৩ নং ভাণ্ডাৰা, ৩ নং গাৰুগাঁও, ৩ নং জামদহা, ৩ নং নাচোনকুৰি, ৩ নং পাতকাটা, ৪ নং বাশবাৰী, ৪ নং ভাণ্ডাৰা, ৪ নং জামদহা, ৫ নং বাশবাৰী, ৫ নং ভাণ্ডাৰা, ৫ নং জামদহা, ৬ নং বাশবাৰী, ৬ নং ভাণ্ডাৰা, ৬ নং জামদহা, ৭ নং বাশবাৰী, ১ নং নোৱাপাৰা, নোৱাগাঁও, ওদলাগুৰি, পতিলাদহা, শালমাৰা, শিলঘাগিৰি, টকাবাৰী আৰু উজানডুবিকে ধৰি ৭৯খন গাঁও বানৰ কবলত পৰিছে।

Apply Now

তিনিওটা ৰাজহ চক্ৰ মিলি সৰ্বমুঠ ৮৬ খন গাঁও প্লাৱিত হৈছে আৰু এই ৰাজহ চক্ৰ তিনিটাৰ মুঠ ৭৭,৭৭০গৰাকী লোক বানৰ কৱলত পৰিছে। আনহাতে ১,২০১.০০হেক্টৰ খেতিপথাৰ প্লাবিত হৈছে। বানাক্ৰান্ত লোকৰ বাবে বঙাইগাঁও ৰাজহ চক্ৰত নেতাজী বিদ্যা নিকেতন, ডাংতলৰ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , মেল্লনপুৰি এল পি স্কুল , ৪৭১ ছিকিবিকি এল পি স্কুল, হলাগুৰি এল পি স্কুল আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ নগৰঝাৰত এটাকৈ অস্থায়ী শিবিৰকে ধৰি মুঠ ৬ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এই ছটা আশ্ৰয় শিবিৰত মুঠ ১,১৪৮ গৰাকী লোকে আশ্ৰয় লৈ আছে।

তাৰে ভিতৰত ২৩৫ টি শিশু আৰু ২ গৰাকী গৰ্ভৱতী আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃও আছে। বানাক্ৰান্ত ১৪০গৰাকী লোকক অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱা বিভাগৰ লোক তথা স্থানীয় লোকে ৩ খন নাও ব্যৱহাৰ কৰি উদ্ধাৰ কৰিছে আৰু বানাক্ৰান্ত লোকৰ বাবে এটা চিকিৎসা সেৱা দল নিয়োগ কৰা হৈছে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd