• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান পৰিস্থিতিৰ সামান্য উন্নতি: পানী শুকাবলৈ লৈছে যদিও আঁতৰা নাই দুৰ্ভোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2020 1:54 pm

1 min read

Story-1-9-750x375
207
VIEWS
Share on FacebookShare on Twitter

 

ৰাজত বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বানা্ক্ৰান্ত ৰাইজৰ দুৰ্ভোগ এতিয়াও আঁতৰা নাই।

ৰাজ্যৰ ১৯ খন জিলাৰ ৪৯ টা ৰাজহ চক্ৰৰ ১০৮৭ খন গাওঁ এতিয়াও পানীৰ তলতে আছে।

চৰকাৰে  স্থাপন কৰা আশ্ৰয় শিৱিৰৰ ভিতৰৰে ৯৩ টা শিৱিৰত এতিয়াও ১১,৮৮৭ গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে।

শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ৫১,৭৬৯.৮৯ হেক্টৰ কৃষি ভূমি।

এতিয়া ৰাজ্যৰ ১৯ খন জিলাত সংহাৰী বানে ত্ৰাসৰ সৃষ্টি কৰি আছে।বানৰ ফলত এতিয়ালৈকে অসমত মৃত্যু ঘটিছে ১০৯ গৰাকী লোকৰ।

২৭ খন জিলাৰ ভিতৰত বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা কেইখন হৈছে ক্ৰমে শোণিতপুৰ,বিশ্বনাথ চাৰিআলি,তিনিচুকীয়া,লখিমপুৰ,বঙাইগাওঁ,কামৰুপ,গোলাঘাট,

শিৱসাগৰ,ধেমাজী,বৰপেটা,ওডালগুৰি,গোৱালপাৰা,ডিব্ৰুগড,ধুবুৰী, নগাওঁ আদি।

বানাক্ৰান্ত জিলা সমূহত চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে যদিও সেয়া পৰ্যান্ত নহয় বুলি বিভিন্ন জনে আপত্তি কৰিছে।

চৰকাৰে ২৭ খন জিলাত ৭১১ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে । ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ২২ লাখ পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

কালান্তক বানে এইবেলি ৰাজ্যৰ  মুঠ ১১৬,৪০৪ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু ঘটিছে শতাধিক বন্যপ্ৰাণীৰ।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd