• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত বান পৰিস্থিতি সামান্য উন্নত,মৃতকৰ সংখ্যা ১০৮ লৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2020 12:48 pm

1 min read

flood11
5.2k
VIEWS
Share on FacebookShare on Twitter

কালান্তক বানে সংহাৰৰ সৃষ্টি কৰা অসমত বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে।

এতিয়ালৈকে বানৰ কৱলত পৰি ৰাজ্যখনত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছেগৈ ১০৮ গৰাকী।

শেহতীয়াকৈ মৰিগাঁৱত এজন লোকৰ বানত মৃত্যু ঘটাৰ বাতৰি আহিছে।

সামান্য উন্নতি ঘটিলেও ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰৰে ২২ খন জিলাত এতিয়াও লাখ লাখ লোকে বানৰ সৈতে সহাৱস্থান কৰি থাকিবলগীয়া হৈছে।

এতিয়াও ২২ খন জিলাৰ  ১,৩৩৯ খন গাঁৱৰ প্ৰায় ১২ লাখ লোকে পানীৰ মাজতে দিন অতিবাহিত কৰি আছে।

৮২,১৭০ হেক্টৰ কৃষি ভূমি এতিয়াও পানীৰ তলতে আছে দুৰ্যোগ প্ৰশমণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

সংহাৰী বানে ৰাজ্যৰ প্ৰায় ১২২,৫৭৩ হেক্টৰ পথাৰৰ শস্য সম্পূৰ্ণ ভাৱে ধ্বংস কৰা বুলি তথ্য লাভ কৰা হৈছে।

ৰাজ্যৰ ৬ খন জিলাত ব্ৰহ্মপুত্ৰকে ধৰি আন ৫ খন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।শোণিতপুৰ জিলাত জীয়া ভৰলী নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

চলিত বানত ৰাজ্যত মৃত্যু ঘটিছে ১৬৭ টা বন্য প্ৰাণীৰ।

ইয়াৰ ভিতৰত ১৬ টা গঁড়ো আছে।নামনি আৰু মধ্য অসমৰ ৫ খন জিলা ক্ৰমে গোৱালপাৰা,বৰপেটা,মৰিগাঁও,ধুবুৰী,দক্ষিণ শালমাৰাৰ প্ৰায় ৯.৩২ লাখ লোক এতিয়াও বানৰ কৱলতে আছে।

 

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd