• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত প্ৰলয়ংকাৰী বানৰ কবলত অৰ্ধশতাধিক গাঁও; দেখা দিছে খাদ্য সংকটে, সাহায্যৰ বাবে চৰকাৰক অনুৰোধ

ইয়াছিন আলী by ইয়াছিন আলী
July 14, 2019 12:53 pm
233
VIEWS
Share on FacebookShare on Twitter

আজি কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ প্ৰলয়ংকাৰী বানৰ কৰাল গ্ৰাসত পৰিছে নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ অৰ্ধশতাধিক গাঁও।

প্ৰলয়ংকাৰী বানৰ কবলত পৰি গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক। জিলাখনৰ কোকিলা, চাকলা, শৌলমাৰী, নাম্বাৰপাৰা, বাংলাপাৰা, গোলাপাৰা, কীৰ্ত্তনপাৰা, বালাৰচৰ, কীৰ্ত্তনপাৰা, ভাণ্ডাৰা, বাশবাৰী, টেন্টনপুৰ, হাজীপাৰা,মাত্ৰীঘোলা, কালীবাৰী আদি কৰি অৰ্ধ শতাধিক গাওঁ প্লাবিত হয় আই আৰু মানাহৰ বাঢ়নী পানীত।

বন্যাৰ্ত লোকসকলে ওখ ঠাইত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু এই শিবিৰ সমূহত দেখা দিছে তীব্ৰ খাদ্য সংকটে। বিশেষকৈ কণ কণ শিশুসকলে খোৱাপানীৰ বাবে দুৰ্ভোগ ভূগিব লগীয়া হৈছে নাই কোনো শিশু খাদ্যৰ ব্যৱস্থা।

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বালাৰচৰত প্ৰায় ডেৰ শতাধিক পৰিয়ালে শিবিৰ পাতি পশুধনৰ লগত সহাৱস্থান কৰা পৰিলক্ষিত হৈছে। শিবিৰ সমূহত থকা লোক সকলে যেন এক অতি পয়ালগা অৱস্থাত জীৱন নিৰ্বাহ কৰিছে।

বালাৰচৰ শিবিৰত থকা বন্যাৰ্তসকলক উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতিৰ তত্ত্বাৱধানত কিছু পৰিমাণে সকাহ দিয়া হৈছে যদিও সেয়া পৰ্যাপ্ত নহয়।

আনহাতে বতৰ বিজ্ঞানে আগন্তুক চাৰিদিনলৈ বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিয়াত বন্যাৰ্তসকল অধিক শংকিত হৈ পৰিছে। লগতে এই ক্ষেত্ৰত চৰাকাৰক সহায়ৰ বাবে শিবিৰত থকা বন্যাৰ্ত সকলে কাতৰ অনুৰোধ জনাইছে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd