• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পথাৰত ভূঁই ৰোৱাত ব্যস্ত থকাৰ সময়তে ছিগিল মথাউৰি, হাহাকাৰ পৰিস্থিতি

বন্যাৰ্তসকলৰ দুৰ্দশাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম উপস্থিত

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , July 15, 2019 9:45 am

1 min read

পথাৰত ভূঁই ৰোৱাত ব্যস্ত থকাৰ সময়তে ছিগিল মথাউৰি, হাহাকাৰ পৰিস্থিতি
303
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাঢ়নী পানীয়ে ছিঙিছে এটাৰ পিছত এটা মথাউৰি। একেদৰে দেওবাৰে অৰ্থাৎ ১৪ জুলাইত কোকৰাঝাৰ জিলাৰ টাকটাৰা গাঁৱত থকা মথাউৰি সৰলভাঙা নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে।

গাঁওখনৰ সৰহসংখ্যক লোকেই পথাৰত ভূঁই ৰোৱাত ব্যস্ত থকাৰ সময়তে হঠাৎ মথাউৰি ছিগি যোৱাত সমগ্ৰ গাঁওখনতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। বাঢ়নী পানীয়ে মথাউৰি উটুৱাই নিয়াৰ পিছতে সমগ্ৰ গাওঁখনেই জলমগ্ন হৈ পৰে। ফলত গাঁওখনৰ সকলো নিজৰ নিজৰ সা-সম্পত্তি বচাবলৈ তৎপৰ হৈ পৰে।

আনহাতে এই কথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই জানিব পাৰি টাকটাৰা গাঁৱত উপস্থিত গাঁওবাসীৰ দুৰ্দশাৰ বুজ লয়। লগতে বন্যাৰ্তসকলৰ মাজত অতি শীঘ্ৰে খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰশাসনক নিৰ্দেশ দিয়ে।

ইফালে বাঢ়নী পানীৰ ফলত ছিগি যোৱা মথাউৰি সন্দৰ্ভত গাঁওৱাসীয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক অভিযোগ দি কয় যে মথাউৰি নিৰ্মাণৰ নামত বিধায়ক পুঁজিৰ পৰা লাভ কৰা ৮০ লাখ টকাৰ কাম কেইটামান জিঅ’ বেগ দিয়ে ঠিকাদাৰে নিজৰ দায়িত্ব সামৰে।

যাৰফলত গাঁওবাসীসকলে এনে দুৰ্ভোগ ভুগিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁলোকক উদ্ধাৰ কৰিবলৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক আহ্বান জনায়।

Recent News

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd