• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

য়াৰ্লু চাংপোত পুনৰ ভূমিস্খলন : অৰুণাচলত হাই এলাৰ্ট জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2018 9:54 pm
satellite-image
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অক্টোবৰৰ ২৯ তৰিখে য়াৰ্লুং চাংপোৰ নামনিত তিব্বতৰ মিলিন ছেকছনত হোৱা ভূমিস্খলনৰ ফলত আৰু এটা কৃত্ৰিম বান্ধৰ সৃষ্টি হৈছে। ফলত ব্ৰহ্মপুত্ৰৰ মূল সূঁতিটোৰ উজনিত জমা হোৱা  পানী যিকোনো সময়তে পাৰ ভাঙি আহি অৰুণাচলত বানপানীৰ আশংকাই দেখা দিছে।

ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা বান্ধ-হ্ৰদটোত পানী ক্ৰমাৎ উপচি আহিছে। উপচি অহা পানী বুধবাৰে ৫-৩০ বজাত অৰুণাচলৰ ছিয়াং জিলাৰ টুটিং আহি পাইছে। এই পানী ৰাতি ১-৩০ মানত পাছিঘাট আহি পোৱাৰ সম্ভাৱনা আছে।

Apply Now

চীনৰ জল সম্পদ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে বুধবাৰে পুৱা ৯-৩০ বজাৰ পৰা বান্ধ-হ্ৰদটোত পানী উপচি আহিবলৈ আৰম্ভ কৰিছিল।

অৰুণাচল প্ৰদেশৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ( Disaster Management Authority of Arunachal Pradesh) তৰফৰ পৰা সাৱধানবাণী জাৰি কৰা হৈছে আৰু উজনি ছিয়া/ছিয়াং আৰু পূব ছিয়াং জিলাৰ নদীপৰীয়া জনসাধাৰণক মাছ মাৰিবলৈ যোৱা, সতোঁৰা, নাওঁ চলোৱা, পিকনিক খোৱা আদিৰ পৰা আঁতৰাই ৰাখিবলৈ প্ৰশাসনক অনুৰোধ জনোৱা হৈছে।

জানিব পৰা মতে এইবাৰৰ বানপানী যোৱা ২০ অক্টোবৰতকৈ কম হ’ব। কোনো অধিক বিপৰ্যয় নহ’ব বুলি আশা কৰা গৈছে। অৱশ্যে, যদিহে বান্ধ-হ্ৰদত ফাঁটৰ সৃষ্টি হয়, তেন্তে পানীৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। বান্ধ-হ্ৰদৰ পৰা ইৰ্গত হোৱা পানীৰ পৰিমাণ ৩৩০ মিলিয়ন ঘন মিটাৰ বুলি অনুমন কৰা হৈছে।

কৃত্ৰিম উপগ্ৰহৰ পৰা লাব কৰা তথ্য অনুসৰি, বান্ধটোৰ দৈৰ্ঘ্য হৈছে ১.৭ কিঃমিঃ। ১৭ অক্টোবৰত এই দৈৰ্ঘ্য আছিল ৩.৫ কিঃমিঃ। উল্লেখ্য যে অক্টোবৰৰ তৃতীয় সপ্তাহতো য়াংৰ্লু চাংপোত সৃষ্টি হোৱা বান্ধ-হ্ৰদত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে অলপতে অৰুণাচল ইষ্টৰ নিনং ইৰিঙৰ সাংসদগৰাকীয়ে জল সম্পদ ৰাজ্য মন্ত্ৰী অৰ্জুন মেঘৱাললৈ চীনৰ সৈতে জল চুক্তি পুনৰ সম্পাদন কৰাৰ বাবে অনুৰোধ জনাইছিল।

পত্ৰখনত সংসদগৰাকীয়ে আঙুলিয়াই দিছিল যে ভাৰত চীনৰ পৰা আৱশ্যম্ভাৱী জলযুদ্ধৰ ভাবুকিৰ মুখামুখি হৈছে। উল্লেখ্য যে দুয়োখন দেশেই এছিয়াৰ জলস্তম্ভ তিব্বতত উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰক লৈ দুশ্চিন্তাজনক পৰিস্থিতিৰ মুখামুখি হৈ আহিছে।

বিগত ডেৰ বছৰৰ ব্ৰহ্মপত্ৰৰ পানীৰ গুণমানৰ পৰিৱৰ্তন হোৱা, সঘন বানপানীৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (AAPSU)  চীনৰ সৈতে ভাৰতে এক জল চুক্তিত উপনীত হোৱাৰ দাবী জনাই আহিছে।

শেহতীয়াভাৱে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ পূব ছিয়াং, ছিয়াং আৰু উজনি ছিয়াং শখাই পাছিঘাটত এটা প্ৰতিবাদী সমদল উলিয়াইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd