DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ফ্লু ইনফেকচনে কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2020 11:06 am
The girl is protecting herself from gloves and stay home. self quarantine. Covid-19 Pandemic.

প্ৰতিনিধিত্বমূলক ফ'টো

5.8k
VIEWS
Share on FacebookShare on Twitter

ফ্লু সংক্ৰমণে কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে। বাংগালুৰুস্থিত এদল বিজ্ঞানীয়ে কৰিছে এই দাবী।

তেওঁলোকে কৰা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে বুলি দাবী কৰিছে।

বাংগাৰুলুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স(IISc)দ্বাৰা পৰিচালিত এই দলটোৱে ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ জনসাধাৰণৰ মাজত সৰু আই, হেপাটাইটচিছ বি ভাইৰাছ, প’লিও, যক্ষ্মা আৰু ফ্লু সম্পৰ্কৃত ৰোগ আৰু প্ৰতিষেধক প্ৰয়োগৰ তথ্য ব্যৱহাৰ কৰি এই অধ্যয়ন কৰিছিল।

“সৰু আই বোপাটাইটিছ বি ভাইৰাছ আৰু প’লিঅ’ ৰোগৰ ক্ষেত্ৰত কেভিড১৯ৰ ঘটনা বা মৃত্যুৰ সৈতে এই প্ৰতিষেধক প্ৰয়োগৰ কোনো সম্পৰ্ক নাই। কিন্তু যিবোৰ দেশত যক্ষ্মা আৰু ফ্লুত আক্ৰান্ত হয় তাত কোভিড১৯ত আক্ৰান্তৰ মৃত্যুৰ সম্পৰ্ক আছে।” দলটোৱে কয়।

বিশ্বব্যাপি চলা অধ্যয়নসমূহত বিচিজি(এবিধ যক্ষ্মা প্ৰতিষেধক) ব্যৱহাৰৰ ফলত ভাৰতৰ দৰে কিছুমান নিৰ্দিষ্ট দেশত কোভিড১৯ৰ মৃ্ত্যুৰ হাৰ কম হোৱা বুলি ধাৰণা কৰা হৈছিল।

এই অধ্যয়নত ভাৰত আৰু অষ্ট্ৰেলিয়া আদি দেশত ফ্লু-কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰ কম হোৱা বুলি কোৱা হৈছে।

গৱেষকসকলে আৱিস্কাৰ কৰিছে যে আমেৰিকা, ইটালী, স্পেইন আৰু ফ্ৰান্স আদি দেশত স্বাস্থ্য বিভাগে নিয়মিত ফ্লুৰ প্ৰতিষেধক প্ৰদান কৰিছে আৰু তাৰ ফলত কোভিড১৯ৰ মৃত্যুৰ হাৰ কমা দেখা গৈছে।

অধ্যয়নটোত কোৱা হৈছে যে ফ্লু সংক্ৰমিত দেশতসমূহত কোভিড১৯ৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম হোৱা দেখা গৈছে।

Recent News

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd