• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

Union Budget 2023-24: আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী? বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হ’ল সময় সীমা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 1, 2023 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৰণি গাড়ীবোৰ বাতিল কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত তেওঁৰ ভাষণত পুৰণি গাড়ীৰ বিলুপ্তিৰ বাবে বিশেষ আৱণ্টনৰ কথা কোৱা হৈছে। নিৰ্মলাই কৈছে যে প্ৰকল্পটোৰ বাবে বৃহৎ পৰিমাণৰ ধন আৱণ্টন কৰা হৈছে।

বাজেট ভাষণত সীতাৰমণে কয় যে অহা বিত্তীয় বৰ্ষত ২০২১-২২ বিত্তীয় বৰ্ষৰ পুৰণি গাড়ী বাতিল আঁচনিৰ বাবে (ভেহিকল স্ক্ৰেপেজ পলিচি) কেন্দ্ৰই অধিক আৰু আৱণ্টন দিব। কেন্দ্ৰই এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহকো সহায় কৰিব। পুৰণি বাহনসমূহৰ লগতে পুৰণি চৰকাৰী এম্বুলেন্সো এই পৰ্যায়ত বাতিল কৰা হ’ব বুলি বিত্ত মন্ত্ৰীয়ে কয়।

কেন্দ্ৰই দুবছৰ পুৰণি এই আঁচনি অনুসৰি ১৫ বছৰ পুৰণি বাহন বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তটো মুখ্যতঃ পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিবলৈ লোৱা হৈছিল। নতুন গাড়ীৰ বিক্ৰী বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰা হৈছিল।

Apply Now

এই ঘোষণাত সীতাৰমণে কয় যে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্যৰ অধীনত মুঠ ৯ লাখ বাহন বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। তদুপৰি, চৰকাৰী পৰিবহণ বিভাগৰ অধীনৰ পুৰণি বাহনসমূহো এই পৰ্যায়ত বাতিল কৰা হ’ব।

২০২২ চনৰ গাড়ী বাতিল নীতি অনুসৰি, এখন নতুন গাড়ী ক্ৰয়ৰ ওপৰত পথ কৰত (ৰোড টেক্স) ২৫ শতাংশ ৰেহাই দিয়া হব। গাড়ীৰ মালিকসকলে পুৰণি গাড়ী বাতিল কৰি দিয়াৰ বাবে এই বিশেষ ৰেহাই লাভ কৰিব। লগতে কোৱা হৈছে যে চহৰৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত এখন বাহন বাতিল সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব।  তালৈ গৈ পুৰণি গাড়ী জমা দিব পাৰিব।

সমগ্ৰ বিশ্বতে, গ্ৰীণ হাউছ গেছ দিনক দিনে বৃদ্ধি পাই আছে। প্ৰদূষণৰ ফলত পৃথিৱীখন বসবাসৰ বাবে অনুপযুক্ত হৈ পৰিছে। সেয়েহে কোভিডৰ সময়ত ২০২০ চনতে এই নীতি ঘোষণা কৰা হৈছিল। সেই নীতিৰ বাবেই এইবাৰ বৃহৎ পৰিমাণৰ ধন আৱণ্টন কৰা হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd