• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আন্ত:ৰাষ্ট্ৰীয় বিধি মানি প্ৰস্তুত কৰা হৈছে ক’ৰ’ণাৰ ভেকচিন: আই চি এম আৰ

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , July 4, 2020 8:34 pm

2 min read

Story-11-10-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতে ক’ৰ’ণা ভাইৰাচৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত সকলো ধৰণৰ আন্ত:ৰাষ্ট্ৰীয় বিধি মানি চলিছে। এই ঘোষণা কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে।

শনিবাৰে এই ঘোষণা কৰি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে কয় যে ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে দেশৰ ১২ টা স্থানত ক’ৰ’ণা ভাইৰাছৰ ভেকচিন ক’ভাক্সিনৰ পৰীক্ষণ কৰিছে।

সোমবাৰৰ পৰা পুনৰ প্ৰথম পৰ্যায়ত ৩৭৫, দ্বিতীয় পৰ্যায়ত ৭০০ লোকৰ দেহত এই ভেকচিনৰ পৰীক্ষণ কৰা হ’ব বুলি আই চি এম আৰে কৈছে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে প্ৰস্তত কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ ইতিমধ্যে  বহু স্থানত পৰীক্ষণ সম্পন্ন কৰা হৈছে।

দেশৰ কোটি কোটি জনতাক মাৰাত্মক কৰ’না ভাইৰাচৰ পৰা মুক্ত কৰি ৰাখিবলৈ ভাৰতে সাজু কৰা ভেকচিন ১৫ আগষ্টৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ বাবে সাজু হৈছে ভাৰত।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গভে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডে প্ৰস্তত কৰা কৰ’না ভাইৰাছৰ ভেকচিন বি বি ভি ১৫২ কোভিড ১৫ আগষ্টৰ ভিতৰত সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া হব।

তেওঁ লগতে কয় যে পুনেৰ ইনষ্টিটিউট অৱ ভাইৰ’ল’জিয়ে পৃথকীকৰণ কৰা ছাৰছ কভ-২ৰ সাৰাংশ লৈ ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডে প্ৰস্তত কৰিছে কৰ’না ভাইৰাছৰ ভেকচিন বি বি ভি ১৫২। এই ভেকচিনক লৈ এতিয়া সমগ্ৰ দেশৰ লগতে বিশ্ব আশাবাদী।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd