• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ অসমীয়া সংজ্ঞাৰ সমৰ্থন! : নিজৰ শাসনত সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ তৰুণ গগৈৰ

‘এইখন চুলেই কোভিদ হোৱাৰ নিচিনা হ’ব’ প্ৰতিবেদনক লৈ গগৈৰ মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2020 9:10 pm
Tarun Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি সদৌ অসম ছাত্ৰ সন্থাই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত উল্লেখ থকা অসমীয়াৰ সংজ্ঞা নিৰূপণৰ কথা ৰাজহুৱা কৰাৰ পাছতে ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে।

বুধবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আছুক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও নিজৰ ১৫ বছৰীয়া কাৰ্যকালত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ কৰে।

Apply Now

‘অসমীয়াৰ সংজ্ঞা নিৰূপণত আমাৰ চৰকাৰে কাম কৰিব পৰা নাছিলো৷ আছুৱে দিয়া সংজ্ঞাত এতিয়া সকলোকে সামৰি লৈছে, সেয়ে ইয়াক সমৰ্থন জনাইছো।‘ সংবাদমেলত গগৈয়ে এইদৰে কয়।

ইপিনে, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে বুলি দাবী কৰি তেওঁ লগতে কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৰুত্বহীন। ‘কা’ আনিব বিচৰা চৰকাৰে গুৰুত্ব নিদিয়ে অসম চুক্তিক৷ সোণোৱালে সকলো কথাতে বদ্ধপৰিকৰ বুলি কৈ থাকে। ‘কা’ৰ ক্ষেত্ৰতো বদ্ধ পৰিকৰ। কা সমৰ্থন কৰিব ৬ নং দফাও কৰিব ই কেনেকৈ সম্ভৱ? জাতি মাটিৰ কথা কয় কিন্তু জাতি-মাটি গৈ আছে।’ সোণোৱালক কটাক্ষ কৰি সংবাদমেলত গগৈয়ে এইদৰে কয়।

তেওঁ লগতে কয় ‘সোণোৱাল চৰকাৰে অসমীয়াক আৰু কিমান প্ৰতাৰণা কৰিব? আমাৰ দিনত একো হোৱা নাই বুলি কয়, কিন্তু ফেন্সিঙ কোনে দিলে? আইআইটি, দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, নুমলীগড় ৰিফাইনেৰী, গেছ ক্ৰেকাৰ ইত্যাদি অসম চুক্তিৰ জৰিয়তে কংগ্ৰেছ চৰকাৰেই কৰিছিল। তেওঁলোকে কিমানখন সত্ৰ বেদখলমুক্ত কৰিলে?’

‘বিজেপিয়ে মাথো আবেগৰ ৰাজনীতি কৰে। এনআৰচি কি কৰিলে বিজেপিয়ে? এনআৰচি কি পৰ্যায়ত আছে কোনেও নাজানে। এনআৰচিখন প্ৰত্যাখানো কৰা নাই বা কাৰ্যকৰীও কৰা নাই। তেন্তে এনআৰচি কৰি কি লাভ হ’ল?’ গগৈয়ে বিজেপিক কটাক্ষ কৰি এইদৰে কয়।

পূৰ্বৰে পৰা এনআৰচিক পেলনীয়া কাগজ কৈ অহা গগৈয়ে পুনৰ সেই কথা দোহাৰি লগতে ৬ নং দফাৰ প্ৰতিবেদনখনত লৈ কয় ‘এনআৰচিতকৈয়ো বেয়া হ’ব ৬ নং দফাৰ প্ৰতিবেদন। এনআৰচিখনটো পেলনীয়া পেপাৰ হ’ল, এইখনটো চুব নোৱাৰা পেপাৰ হ’ব। এইখন চুলেই কোভিড হোৱাৰ নিচিনা হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd