• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাস প্ৰসিদ্ধ মহামায়া মন্দিৰত খাদ্য সংকটত কপিকূল, প্ৰকৃতিপ্ৰেমী আৰু সাংবাদিকৰ বিশেষ পদক্ষেপ

তিলক প্ৰসাদ by তিলক প্ৰসাদ
May 31, 2021 3:23 pm
kk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম অসমৰ তথা ধুবুৰী জিলাৰ সীমান্তত অৱস্থিত পৰ্বতঝৰা মহকুমাৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ মহামায়া মন্দিৰৰ সংলগ্ন মনোমোহা দৃশ্যৰে পৰিবেষ্টিত প্ৰকৃতিৰ মাজত বহুতো বান্দৰে বাস কৰে আৰু নিতৌ শতাধিক বান্দৰে মন্দিৰ চৌহদ বিচৰণ কৰে। এনে দৃশ্য দেখি মন্দিৰ দৰ্শনাৰ্থীসকলে আনন্দ অনুভৱ কৰি আহিছে।

কিন্তু কৰণা মহামাৰীৰ ফলত চলি থকা অৰ্দ্ধ -লকডাউনৰ বাবে এই বান্দৰ সমূহ তীব্ৰ খাদ্য সংকটৰ কৱলত পৰিছে ।

Apply Now

এই কথা উপলব্ধি কৰি বিলাসীপাৰা আৰু বগৰিবাৰী অঞ্চলৰ কেইজনমান প্ৰকৃতিপ্ৰেমী , সাংবাদিক আৰু সমাজকৰ্মীয়ে প্ৰসিদ্ধ মহামায়া মন্দিৰ প্ৰাংগণলৈ গৈ বিচৰণ কৰি থকা বান্দৰ সমূহক ফল-মূল আৰু অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰিছে।

খাদ্যৰ সন্ধানত ব্যগ্ৰ হৈ থকা এই বান্দৰ সমূহৰ বাবে কিছু সকাহ প্ৰদান কৰাৰ বাবে উক্ত সদাশয় ব্যক্তি সকলক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰি সন্তুষ্টি লাভ কৰিছে।

এই খাদ্য প্ৰদান মহান কাৰ্যসূচীত মহকুমা আৰক্ষী বিষয়া তৃণয়ন ভূঞা’ৰ লগতে সাংবাদিক, প্ৰকৃতিপ্ৰেমী তথা সমাজকৰ্মী ক্ৰমে মফিজুল হুছেইন আহমেদ , সমৰেশ শিল, সঞ্জয় শৰ্মা , নাজিৰ হুছেইন, গণেশ দাস,নিৰ্মল কৰ্মকাৰ, অমিত চৌধুৰী, আমিনুৰ ইছলাম, ৰাজু দাস,তবলু ৰায় ,অবিনাশ শীল আদি সদস্যই অংশগ্ৰহণ কৰে।

উল্লেখ থাকে যে কোভিড প্রটকল নীতি অনুসৰি তীৰ্থযাত্ৰীৰ আগমন বন্ধ হৈ থকা বাবে বান্দৰ বোৰে খাদ্য সংকটত পৰিছে।

কাৰণ মন্দিৰ খোলা থকাৰ সময়ত নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ আদি ৰাজ্যৰ পৰাও পূজা-অৰ্চনাৰ বাবে ইতিহাস-প্ৰসিদ্ধ এই মহামায়া মন্দিৰত বহু ভক্তৰ সমাগম ঘটে ।

ভক্তই আগবঢ়োৱা ফল-মূল আদি খাই বান্দৰ বোৰ জীয়াই আছে।

তিলক প্ৰসাদ

তিলক প্ৰসাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd