• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰই জাৰি কৰা পৰিৱেশিক অনুজ্ঞা ৰেহাইত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 8:21 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঔদ্যোগিক প্ৰতিস্থান, স্কুল-কলেজ, হোষ্টেল আদি নিৰ্মাণ প্ৰকল্পসমূৰ ১৫০,০০০ বৰ্গমিটাৰ(প্ৰায় ১৬ লাখ বৰ্গফুট) পৰ্যন্ত নিৰ্মিত এলেকাৰ বাধ্যতা মূলক পাৰিৱেশিক অনুজ্ঞাৰ(evnvironmntal clearence) ক্ষেত্ৰত ৰেহাই প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাক সাময়িকভাৱে স্থগিতাদেশ আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ অভয় এছ অ’কৰ নেতৃত্বত গঠিত বিচাৰপীঠে সোমবাৰে মুম্বাইস্থিত বনশক্তি নামৰ বেচৰকাৰী সংস্থাই দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এই স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰে।

Apply Now

বনশক্তি নামৰ সংস্থাটোৱে  পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক ২৯ জানুৱাৰীত জাৰি কৰা দুৰ্বল তথা আসোৱাহপূৰ্ণ নিৰ্মান প্ৰকল্পৰ নীতি নিৰ্দেশনাক  প্ৰত্যাহবান জনাই এই গোচৰ তৰিছে।

উল্লেখ্য যে এই অধিসূচনাৰ পূৰ্বে পৰিৱেশ প্ৰভাৱ মূল্যায়ন (ইআইএ) ২০০৬ত ২০,০০০ বৰ্গমিটাৰতকৈ অধিক নিৰ্মাণৰ বাবে পাৰিৱেশিক অনুজ্ঞা বাধ্যতামূলক আছিল। যিটো ২৯ জানৱাৰীত প্ৰকাশিত অধিসূচনাত ১৫০,০০০ বৰ্গমিটাৰ নিৰ্মান প্ৰকল্পত কেন্দ্ৰই পাৰিৱেশিক অনুজ্ঞা ৰেহাই প্ৰদান কৰিছিল।

বনশক্তিৰ হৈ জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰানাৰায়ণ আৰু অধিবক্তা বংশদীপ ডালমিয়াই কয় যে ২০১৪, ২০১৬, আৰু ২০১৮ চনত একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰই নিৰ্মাণ প্ৰকল্পত  ৰেহাই প্ৰদানৰ চতুৰ্থ প্ৰচেষ্টা বুলি যুক্তি আগবঢ়ায়। অৱশ্যে ২০১৪,১৬ আৰু ১৮ৰ পদক্ষেপ বনশক্তিয়ে সফলতাৰে প্ৰতিৰোধ কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই অধিসূচনাৰ দেশজোৰা প্ৰভাৱ স্বীকাৰ কৰি ইয়াৰ কাৰ্য্যকলাপ স্থগিতৰাখিবলৈ জাননী জাৰি কৰে।

২৯ জানুৱাৰীৰ অধিসূচনাই ২০০৬ চনৰ ইআইএৰ পৰিৱৰ্তন ঘটাই যদিহে ঔদ্যোগিক প্ৰতিস্থান স্কুল, কলেজ বা হোষ্টেল হয় তেন্তে ১৫০,০০০ বৰ্গমিটাৰ পৰ্যন্ত প্ৰকল্পসমূহ ৰেহাই দিয়া হৈছিল আৰু ইআইএৰ অধীনত সাধাৰণ চৰ্ত এই প্ৰকল্পসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি ঘোষণা কৰিছিল। এই চৰ্তসমূহৰ পৰা ৰেহাই দিলে পৰিৱেশ সংবেদনশীল অঞ্চল, সংৰক্ষিত অঞ্চল, জটিলভাৱে প্ৰদূষিত হোৱাৰ লগতে আন্তঃৰাজ্যিক সীমাৰ ওচৰৰ প্ৰকল্পসমূহত প্ৰকল্প মূল্যায়নতো নেতিবাচক প্ৰভাৱ পৰিব বুলি দাবী উত্থাপন কৰিছে বনশক্তি নামৰ সংস্থাটোৱে। ইয়াৰোপৰি এই অধিসূচানাউ ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা নাতিকো অৱমাননা কৰিছে বুলি যুক্তি আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd