• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

প্ৰথমবাৰৰ বাবে গোৱালপাৰাত ৰঞ্জি মেচ; দৰ্শকৰ পাৰ ভঙা উছাহ

NE NOW NEWS এন ই নাও নিউজ
গোৱালপাৰা , November 29, 2018 11:30 am

1 min read

Goalpara- Arunachal Ranji team practice (3)

ফটো : য়ু বি

285
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ক্ৰিকেট ইতিহাসত নতুনকৈ সংযোজিত হ’ল গোৱালপাৰা। কিয়নো বুধবাৰৰ পৰা চহৰখনৰ ডি এন সিংহ ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ আটাইতকৈ সন্মানীয় ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীৰ মেচ।

২৮ নৱেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা অৰুণাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মাজত অনুষ্ঠিত হোৱা চাৰিদিনীয়া মেচখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই।

ইফালে প্ৰথমবাৰৰ বাবে চহৰখনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ ক্ৰিকেট মেচখন উপভোগ কৰিবলৈ কালি ডি এন সিংহ ষ্টেডিয়ামত বহু দৰ্শকে ভিৰ কৰা দেখা পোৱা যায়।

মেচখনত অৰুণাচলে প্ৰথমে বেটিং কৰি ১০৫ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে। দলটোৰ হৈ ক্ষীতিশ শৰ্মাই সৰ্বাধিক ৫৭ ৰানৰ বৰঙণি আগবঢ়ায়।

আনহাতে উত্তৰাখণ্ডৰ হৈ মায়ংক মিশ্ৰই দুৰ্দান্ত বলিঙেৰে চাৰিটা আৰু চননী ৰাণাই তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত উত্তৰাখণ্ডে দিনান্তৰ অন্তলৈকে তিনি উইকেটৰ বিনিময়ত ১৭৬ ৰান সংগ্ৰহ কৰি শক্তিশালী স্থিতিত উপনীত হয়। কাৰ্তিক যোশীয়ে ৯৯ আৰু সৌৰভ ৰাৱটে ৪ ৰানত বেটিং কৰি আছে।

উল্লেখ্য যে বি চি চি আয়ে গোৱালপাৰা ক্ৰীড়া সন্থাক চলিত বৰ্ষৰ বাবে তিনিখন গুৰুত্বপূৰ্ণ ৰঞ্জি মেচ আয়োজনৰ দায়িত্ব প্ৰদান কৰিছে। ইফালে মেচকেইখনৰ বাবে জিলা ক্ৰীড়া সন্থাই ষ্টেডিয়ামৰ দুয়োটা পেভিলিয়ন ন ৰূপত সজাই-পৰাই তোলা পৰিলক্ষিত হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd