• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2019 9:52 am
d-5

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দু:সাহসিকতা ভালপোৱাসকলৰ বাবে পেৰাগ্লাইডিং এবিধ ক্ৰীড়াতকৈ কোনোগুণে কম নহয়। বহুতে ইয়াৰ আনন্দ ল’বলৈ দূৰ-দূৰণিলৈকো যাত্ৰা কৰে।

বহুত কম লোকে জানে যে অসম দেশৰ ভিতৰতে এটা পেৰাগ্লাইডিং কেন্দ্ৰ হিচাপে পৰিচিত। ৰাজ্যখনৰ বড়োলেণ্ডত প্ৰথমবাৰৰ বাবে পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।

Apply Now

অহা ১০ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে এই পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।

এই প্ৰতিযোগিতাখন বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজন কৰা হৈছে। বিটিচিৰ পৰ্যটন বিভাগে এই স্থান নিৰ্বাচন কৰিছে।

বিটিচিৰ পৰ্যটন বিভাগে ২০১৩ চনত প্ৰথমবাৰ ৰাজ্যখনৰ জনপ্ৰিয় উৎসৱ ভাওকুংগ্ৰিত পেৰাগ্লাইডিঙৰ আৰম্ভ কৰিছিল। সহস্ৰাধিক লোকে শিখৰত উঠি ইয়াৰ সমৰ্থন কৰিছিল।

অসমত প্ৰথমবাৰ যেতিয়া পেৰাগ্লাইডিং আৰম্ভ কৰা হৈছিল, তেতিয়া যুৱকসকলক প্ৰশিক্ষণ দিবলৈ ছিকিমৰ পৰা পাইলট অনা হৈছিল যাতে তেওঁলোকে সংস্থাপন এটা নতুন সুযোগ লাভ কৰে।

বিটিচিৰ পৰ্যটন বিভাগে এই বছৰ প্ৰথমবাৰৰ বাবে পেৰাগ্লাইডিং চেম্পিয়নশ্বিপৰ আয়োজন কৰিব।

উক্ত প্ৰতিযোগিতাখনত ভাগ ল’বৰ বাবে থাইলেণ্ড, মালয়েছিয়া, দক্ষিণ কোৰিয়া, ছুইজাৰলেণ্ডৰ দৰে প্ৰায় ১৫খন দেশৰ ৭০গৰাকী পাইলটক আমন্ত্ৰণ কৰা হ’ব।

তদুপৰি, দেশৰ পুনে, ছিকিম, মানালি আৰু অৰুণাচল প্ৰদেশৰ পাইলটকো আমন্ত্ৰণ কৰা হ’ব।

পৰ্যটন বিভাগে পেৰাগ্লাইডিঙৰ বিকাশৰ বাবে পেৰাগ্লাইডিং প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰো পৰিকল্পনা কৰিছে। কোকৰাঝাৰৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত এই কেন্দ্ৰটো খোলা হ’ব।

পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ ১১ নৱেম্বৰৰ পুৱা ১০ বজাত এক উদ্বোধনী অনুষ্ঠানৰ মাজেৰে আৰম্ভ হ’ব।

ইয়াৰ পৰৱৰ্তী দুদিনলৈকে ৰেজিষ্টেশ্যন, ট্ৰায়েল আৰু প্ৰতিযোগিতাৰ বাবে নিজৰ নাম দিব পাৰিব। ১২ আৰু ১৩ নৱেম্বৰত মূল পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ অনুষ্ঠিত হ’ব য’ত ৰাষ্ট্ৰীয়-তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাইলটে অংশগ্ৰহণ কৰিব।

পেৰাগ্লাইডিঙৰ উৰণ অন্টাই গুফুৰ, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য আৰু দমাদুৰপুৰৰ ভূমিৰ পৰা হ’ব।

পেৰাগ্লাইডিঙৰ অন্তিম উৰণৰ দৃশ্য ১৪ নৱেম্বৰত চোৱাৰ সুযোগ পাব। বিজয়ীসকলক পুৰষ্কাৰ প্ৰদানৰ পাছতে  ১৫ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd