DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 6:39 pm
116
VIEWS
Share on FacebookShare on Twitter

এয়াৰলাইন ‘ইজি জেট’ আৰু গাড়ী নিৰ্মাতা সংস্থা ৰোলছ ৰয়েছে বিমানৰ ইঞ্জিনত প্ৰথমবাৰৰ বাবে ইন্ধন হিচাপে হাইড্ৰ’জেনৰ ব্যৱহাৰ সফলতাৰে পৰীক্ষা কৰা বুলি দাবী কৰিছে।

তেওঁলোকে দাবী কৰে যে বিশ্বত প্ৰথমবাৰৰ বাবে বিমানৰ ইঞ্জিনত হাইড্ৰ’জেনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে।

লগতে পঢ়ক: চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে: ঋষি চুনাক

কোম্পানী দুটাই বিমানৰ ইন্ধন পৰিৱেশ-অনুকূল কৰি তুলিবলৈ এই পদক্ষেপ লৈছে। এক যৌথ বিবৃতিত কোম্পানীয়ে দুটাই কয়, “আধুনিক বিমানৰ ইঞ্জিনত হাইড্ৰ’জেন ইন্ধনৰ ব্যৱহাৰেৰে বিমান উদ্যোগত এক নতুন চমক সৃষ্টি কৰিছে।‘’ 

ৰোলছ ৰয়েছে আশা কৰিছে যে ১৫ টা জেট ইঞ্জিনত এই ইন্ধন ব্যৱহাৰ কৰি পৰীক্ষা কৰা হ’ব।

ব্ৰিটেইনৰ বাণিজ্য আৰু শক্তি মন্ত্ৰী গ্ৰাণ্ট শ্বাপ্ছে এই ঘটনাক এক “যুগান্তকাৰী সিদ্ধান্ত” বুলি অভিহিত কৰিছে। তেওঁ কয়, “এয়া এক প্ৰকৃততে ব্ৰিটিছ সফলতাৰ কাহিনী।‘’

লগতে পঢ়ক: কৰোনাৰ নতুন আতংক! এছিয়া মহাদেশত সংক্ৰমণৰ শীৰ্ষত জাপান

মন্ত্ৰীগৰাকীয়ে লগতে আশা ব্যক্ত কৰে যে ই কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস কৰিব। স্বাভাৱিকতে এইটোৱে পৰিৱেশৰ প্ৰতি ইতিবাচক অৰিহনা যোগাব। 

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd