• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী ন্যায়াধীকৰণে বিদেশী সজালে ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান প্ৰাপ্ত প্ৰাক্তন সেনা বিষয়াক

অনুপ শৰ্মা by অনুপ শৰ্মা
May 29, 2019 7:54 pm
Sona Ullah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত দেশৰ নাগৰিকক বিদেশী সজাই কৰা হাৰাশাস্তিৰ আন এটা ঘটনা পোহৰলৈ আহিছে। মহম্মদ সোণাউল্লাহ নামৰ এজন লোকক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হয়।

বিদেশী ন্যায়াধীকৰণৰ আদেশ মৰ্মে অসম আৰক্ষীয়ে ২৮ মে’ত সোণাউল্লাহক কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

Apply Now

১৯৬৭ চনত বকোত জন্মগ্ৰহণ কৰা সোণাউল্লাহে ১৯৮৭ চনত ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰাৰ পাছত ৩০ বছৰ দেশৰ হৈ সেৱা আগবঢ়াই ২০১৭ চনত সন্মানীয় কেপ্তেইন পদত অধিস্থিত হৈ অৱসৰ গ্ৰহণ কৰে। ২০১৪ চনত তেওঁ জুনিয়ৰ কমিশ্যনাৰ অফিচাৰ হিচাপে পদোন্নতি লাভ কৰাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰে।

ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত সোণাউল্লাহে অসম আৰক্ষীৰ সীমা শাখাত উপ পৰিদৰ্শক হিচাপে যোগদান কৰে।

আনহাতে, ঘটনা সন্দৰ্ভত সোণাউল্লাহৰ অধিবক্তা চহিদুল ইছলামে কয় যে বকোত থকা বিদেশী ন্যায়াধীকৰণে সোণাউল্লাহৰ জন্মৰ তাৰিখ আৰু ভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ তাৰিখৰ খেলিমেলিৰ বাবে তেওঁক বিদেশী বুলি ঘোষণা কৰিছে। ২০০৮ চনৰ পৰা চোনা উল্লাহৰ নামত বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছিল।

আনহাতে, সোণাউল্লাহ এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পৰ্য্যাপ্ত প্ৰমাণ মজুত আছে আৰু অতি শীৰ্ঘে ন্যায়ালয়ত এই সম্পৰ্কে আপীল কৰা হ’ব বুলি বুধবাৰে অধিবক্তা ইছলাম জানিবলৈ দিয়ে।

তদুপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ জেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বুধ বাৰে এখন সংবাদ মেলত প্ৰকৃত ভাৰতীয় লোকক এন আৰ চিৰ নামত কৰা হাৰাশাস্তিৰ পৰিমাণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। ভট্টাচাৰ্য্যই ১৯৫১ চনৰ এন আৰ চিত নাম থকা লোকেও হাৰাশাস্তিৰ সন্মুখিন হ’ব লগা হৈছে বুলি কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd